১৮ অক্টোবৰত সূৰ্য্য, ১৯ অক্টোবৰত বুধ তুলা ৰাশিত প্ৰৱেশ কৰিব। আনহাতে মংগল আৰু কেতু ইতিমধ্যে তুলা ৰাশিত।
এই কাৰণেই তুলাত চৰ্তুগ্ৰহী যোগ গঠন হ’বলৈ ওলাইছে ৷
হঠাৎ হাতলৈ টকা আহিব, জীৱনত উন্নতি হ’ব। সমাজত মূল্যবোধ বাঢ়িব, সংসাৰত সুখ-সমৃদ্ধি বাঢ়িব ৷
মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে চৰ্তুগ্ৰহী যোগ গঠন অতি ফলদায়ক হ’ব। এই লোকসকলে অংশীদাৰিত্বৰ কামত সফলতা লাভ কৰিব পাৰে।
এই চতুৰ্গ্ৰহী যোগে মকৰ ৰাশিৰ জাতক-জাতিকাৰ কেৰিয়াৰত যথেষ্ট উন্নতি আনিবলৈ গৈ আছে।
চাকৰি আৰু ব্যৱসায়ত ডাঙৰ লাভ পাব পাৰি। কৰ্মচাৰীয়ে পদোন্নতি, দৰমহা বৃদ্ধিৰ দৰে ভাল ফলাফল পাব পাৰে।
নিবনুৱা সকলে চাকৰি পাব। ডাঙৰ ডাঙৰ ব্যৱসায়িক চুক্তি হ’ব পাৰে। জীৱনৰ বহু সমস্যা এইবাৰ সমাধান হ’ব৷
চৰ্তুগ্ৰহী যোগ গঠন কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ বাবে অনুকূল বুলি প্ৰমাণিত হ’ব পাৰে ৷
অমীমাংসিত কাম সম্পূৰ্ণ হ’ব পাৰে। ধৰ্মীয় কাম-কাজ বাঢ়িব পাৰে। কৰ্মৰ বাবে ভ্ৰমণ কৰিব পাৰে, যাৰ ফলত ভাল ফলাফল আহিব।
Guwahati Times-এ উপৰোক্ত বিষয়ত সন্মতি দিবলৈ বাধ্য বা অনুৰোধ কৰা নাই, অনুগ্ৰহ কৰি নিজৰ বিচাৰৰে সিদ্ধান্ত লওক ৷