Guwahati 30 November: FCF India, with support from IRRI (International Rice Research Institute) organised a Design Consultation meeting on 30th November 2023 at Hotel Lily, Guwahati, for a carbon project, which is being designed as per Gold Standard guidelines. The project is being designed as a micro-scale Programme of Activities
Month: November 2023
প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমৰ বাবে আজিলৈ জগতত বহুজনে বহু আশ্যৰ্যকৰ কাম কৰি গৈছে। তাৰে বহু কাহিনী এতিয়া ইতিহাসৰ পাতত খোদিত হৈছে। প্ৰেমৰ বাবেই এইবাৰ এক আশ্যৰ্যকৰ কাম কৰিলে ৰাজস্থানৰ এগৰাকী বিবাহিত আৰু দুটি সন্তানৰ মাতৃয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, চলিত বৰ্ষৰ জুন মাহত ফেচবুকৰ প্ৰেমিকক লগ কৰিবলৈ সূদূৰ
Big Boss 17ৰ এটা নতুন প্ৰ’ম’ত দেখা গৈছে যে শেহতীয়াকৈ বিগ বচৰ প্ৰতিযোগী অসমৰ খানজাদীয়ে প্ৰতিযোগিতা ত্যাগ কৰিব বিচাৰিছে। অসমৰ ফিৰোজা খান ওৰফে খানজাদীয়ে Weekend Ka Vaar ত চলমান খানৰ পৰা গালি খোৱা দেখা গৈছে। এনে লাগিছে যেন খানজাদীয়ে এইবাৰ নিজেও প্ৰতিযোগিতাখন ত্যাগ কৰিব বিচাৰিছে। শেহতীয়া এটা নতুন প্ৰমোত দেখা
“কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই থকা সত্বেও বিজেপি দলৰ নেতা-সদস্যসকলে বিজেপি দল এৰি কি কাৰণত বিপিএফ দললৈ আহি আছে, তাৰ কাৰণ মই বুজি পোৱা নাই” ৷ বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ
উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ বাবে বাণীকান্ত কাকতি বঁটা লাভ কৰিছিল মুৰ্শ্বিদাই। স্কুটীৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ জমা দিবলৈ পুৱাই পিতৃৰ সৈতে নগাঁও চহৰৰ সমীপৱৰ্তী বেবেজীয়াৰ গণপতি হিৰো নামৰ স্কুটীৰ ডিলাৰলৈ ওলাই আহিছিল মুৰ্শ্বিদা। আনন্দ মনেৰে পিতৃ হিবজুৰ ৰহমানৰ সৈতে ঘৰৰ পৰা ওলাই অহা মুৰ্শ্বিদা আৰু ঘৰলৈ ঘূৰি যাব