ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম আপুনি জানে নে ?
ৰামভক্ত বীৰ হনুমান চাৰিযুগে অমৰ,এতিয়াও আছে বজৰংবলী ৷পুৰুষোত্তম শ্ৰীৰাম ভক্ত হনুমানৰ জন্ম ৰহস্যও অদ্ভূত ৷
হনুমান মহাদেৱৰ অৱতাৰ ৷ৰামক হৃদয়ঙ্গম কৰি জয় শ্ৰীৰাম বুলি কৈ পৱন পুত্ৰই বায়ু বেগে উৰি গৈছিল ৷শ্ৰীৰাম বুলি শিলত লিখি পানীত দিলে শিল বিলাকো ওপঙি উঠিছিল কিন্তু প্ৰভূ শ্ৰীৰামে ৰাম বুলি শিলত লিখি পানীত দিয়াত শিলটো দুবি গৈছিল কাৰণ হনুমান ভকত আছিল বাবে শিলবিলাক ভাহি উঠিছিল ৷কাৰণ ভকত ভগৱান একেই বস্তু ৷এতিয়া জানো আহক ৰামভক্ত বীৰ হনুমানৰ আঠটা নাম-
1/হনুমান
2/বজৰংগবলী
3/পৱন পুত্র
4/মাৰুতি
5/শংকত মোচন
6/ৰাম দূত
7/মহাবীৰ
8/বালাজী