অভয়াপুৰীৰ পাখিৰিগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়

1 min read

AS 19 P 0335 Balano বাহন আৰু AS 26 D 6570 স্কুটিৰ মাজত মূখামুখি সংঘৰ্ষ হয়।
এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এজন আৰহী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ AS19P0335 নম্বৰৰ চাৰিচকীয়া বাহন খন পথৰ কাষত থকা বিদ্যুতৰ খুটাত খুন্দা মৰাৰ লগতে AS 26 D 6570 স্কুটি খনক মহতিয়াই নিয়ে। ফলত স্কুটি আৰহী দিপাংকৰ ৰায় গুৰুতৰ ভাৱে আহত হয়। স্কুটি আৰহী বৰঘোলাৰ দিপাংকৰ ৰায়ক সংকতজনক অৱস্থাত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে ।আনহাতে সুৰামত্ত অৱস্থাত থকা চাৰিচকীয়া বাহনৰ চালক সোণাখুলীৰ পৰমানন্দ ৰাজবংশীৰ বাহনৰ পৰা সুৰাৰ বটল উদ্ধাৰ কৰে।

You May Also Like

More From Author