বোকাখাতৰ অগৰাতলীত আৰক্ষীৰ এনকাউণ্টাৰ…

0 min read

🔷 আৰক্ষীৰ গুলীত আহত বাবু শইকীয়া
🔷 আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল অপৰাধীটোৱে
🔷 বাবুৰ আক্ৰমণত আহত অজয় নাথ নামৰ এজন কনিষ্টবল
🔷 বাবু শইকীয়াক লৈ অভিযান চলোৱাৰ সময়তে এই অভিযান
🔷 বৃহস্পতিবাৰে এজন শিক্ষকৰ বাইক লৈ উধাও হৈছিল বাবু
🔷 পিষ্টলেৰে ভাবুকি দেখুৱাই কাঢ়ি নিছিল বাইকখন
🔷 আজি পুৱাৰ ভাগত ৰজাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বাবুক

You May Also Like

More From Author