গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ চোৰাং সোণ…

0 min read

গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ চোৰাং সোণ ৷ বিশেষ সূত্ৰৰ পমখেদি ৰেলৱে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই মঙলবাৰে তেজছ এক্সেপ্রেছৰ পৰা এজন লোকৰ পৰা জব্দ কৰা হয় সোণ খিনি ৷

জব্দকৃত সোণখিনিৰ ওজন ৫০০ গ্ৰাম ৷ লগতে আটক কৰে সোণ সৰবৰাহকাৰী ৰাজস্থানৰ এজন ব্যক্তিক ।

উল্লেখ্য যে,সোণখিনি আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যৰে ধৃত সৰবৰাহকাৰীজনে পেটত ব্লেটেৰ বান্ধি আনিছিল অতি গোপনে ৷

ইতিমধ্যে ধৃত সৰবৰাহকাৰীজনক ৰে’ল আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author