দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বউচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা:

1 min read

🔴উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
🔴দলৈ সমাজক দিলে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্ব
🔴গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ
🔴এতিয়াৰে পৰা দান-বৰঙণি জমা কৰিব দলৈ সমাজে, মন্দিৰৰ সামগ্ৰিক কাম-কাজ পৰিচালনাৰ দায়িত্ব অৰ্পণ দলৈ সমাজক
🔴পূৰ্বে কামৰূপ মহানগৰ প্ৰশাসনক কৰ্তৃত্ব প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে

You May Also Like

More From Author