বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

1 min read

বুধবাৰে লোকসেৱা ভৱনত প্রথমখন ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কেইবাটাও ঘোষণা কৰে। ঘোষণাসমূহ –

🔷 শিক্ষা বিভাগৰ দুটাকৈ বঁটাৰ দিন ঘোষণা

🔷 ২৯ নৱেম্বৰত প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা

🔷 ২৭,১৮৩গৰাকীক প্রদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা

🔷 DBT প্রক্রিয়াৰে প্রদান কৰা হ’ব ১৫ হাজাৰ টকাকৈ

🔷 ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্রদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা

🔷 ছাত্রকো প্রদান কৰা হ’ব বাণীকান্ত কাকতি (স্কুটী) বঁটা

🔷 ৩৫,৭৭৬ গৰাকী ছাত্র-ছাত্রীক দিয়া হ’ব স্কুটী

🔷 ৩-৪ নৱেম্বৰত অসমলৈ আহিব ভূটানৰ ৰজা

🔷 ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰা হ’ব ৫খন মেডিকেল আসন

You May Also Like

More From Author