মুড়ি খাই বেয়া পাই নেকি ? আছে ইয়াৰ বহু উপকাৰিতা

1 min read

Puffed rice :
* মেদবহুল লোকৰ বাবে মুড়ি ভাতৰ তুলনাত উপকাৰী।

* একাপ মূড়িত সাধাৰণতে ৪০-৪৬ কিলো কেলৰি পোৱা যায়। এনে কেলৰি আন কোনো এবাৰতে পেটভৰা খাদ্যত পোৱা নাযায়।

* মূড়ি খালে এচিডিটি আদিৰ সমস্যাই গা কৰি নুঠে ।

*বদহজম হোৱাৰো শংকা নাথাকে? ইৰিটেবল বাৱেল ছিণ্ড’মত আক্রান্ত সকলৰ বাবে মূড়ি উপকাৰী।

*যিসকল লোকৰ ময়দা বা আটাৰ বাবে এলাৰ্জিৰ সৃষ্টি হয় তেওঁলোকে মূড়ি খালে উপকাৰ পোৱা যায়।

*মূড়ি ক্রয় কৰোতে সকলোৱে সতর্কতা অৱলম্বন কৰা উচিত। কাৰণ বগা বা পৰিষ্কাৰ মূড়ি প্রস্তুত কৰোতে লবন বা ছডিয়াম কার্বোনেট ব্যৱহাৰ হয় যিটো স্বাস্থ্যৰ বাবে তেনেই ক্ষতিকাৰক।

You May Also Like

More From Author