Month: November 2023

কাকতিয়ে কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন হিন্দী ছবিত সহকাৰী সম্পাদক হিচাপে যোগদান…

কাকতিয়ে কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন হিন্দী ছবিত সহকাৰী সম্পাদক হিচাপে যোগদান…

মোম্বাইত অসম সন্তান ধৃতিমান কাকতিয়ে আজি প্ৰযোজক কৰণ জোহৰৰ ‘ধৰ্মা প্ৰডাকচনচ’ৰ এখন মূখ্য ধাৰাৰ হিন্দী ছবিত Assistant Editor হিচাপে যোগদান কৰিছে। ছবিখনৰ মূখ্য অভিনেত্ৰী আলিয়া ভাট, পৰিচালক ৱচন বালা ৷

২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিলে অসম চৰকাৰে…

২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিলে অসম চৰকাৰে…

অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি মুঠ ৩৬ দিন অসম চৰকাৰৰ অধিনষ্ঠ সকলো চৰকাৰী কাৰ্যালয়, ৰেভিনিউ আৰু মেজিষ্ট্ৰেৰিয়েল ক’ৰ্ট বন্ধ থাকিব। ইয়াৰোপৰি মুঠ দুটা

কেৰেলাক ৬ উইকেটত পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে চৈয়দ মোস্তাক আলী ট্ৰফীৰ ছেমি ফাইনেলত অসম দল

কেৰেলাক ৬ উইকেটত পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে চৈয়দ মোস্তাক আলী ট্ৰফীৰ ছেমি ফাইনেলত অসম দল

চৈয়দ মুস্তাক আলী টুৰ্নামেণ্টৰ ছেমি ফাইনেলত অসম। কোৱাৰ্টাৰ ফাইনেলত কেৰালাক ৬ উইকেটত পৰাস্ত কৰে অসমে। প্ৰথমে বেটিং কৰি কেৰালাই সংগ্ৰহ কৰিছিল ১৫৮ ৰান। অসমে ১৭ অভাৰত ৪ উইকেট হেৰুৱাই উপনীত

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাত আস্থা চৌধুৰীৰ  সোণৰ পদক অৰ্জন…

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাত আস্থা চৌধুৰীৰ সোণৰ পদক অৰ্জন…

৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতা গল্ডেন গাৰ্ল আস্থা চৌধুৰীয়ে চমকপ্ৰদ প্ৰদৰ্শনৰে সোণৰ পদক, বিক্ৰম চেঙমাই ৰূপ পদকৰে উজ্জ্বলিল অসম গোৱাত অনুষ্ঠিত হৈ থকা ৩৭ নং ৰাষ্ট্ৰীয় খেলৰ সাঁতোৰ প্ৰতিযোগিতাৰ

চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন

চাপৰমুখ আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন

ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ স্থিতি গ্ৰহন কৰাৰ মাজতে চাপৰমুখ তিনিআলিত ড্রাগছ বিৰোধী অভিযানত জব্দ হেৰ’ইন । লগতে আটক কৰা হয় দুই মহিলাক। ধৃত মহিলা দুগৰাকীৰ পৰা তিনিটা চাবোনৰ বাকচত