হিন্দুত্বৰ শ্ল’গান দি শাসনত অহা বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীসকলৰ ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্প ভাঙি দিয়াকে বহু জলন্ত-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বাঙালী ৰাইজৰ ৯৯ শতাংশ ভোট লৈ অসমত দুবাৰকৈ শাসন চলোৱা বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল । আজিলৈকে বঙালী ৰাইজৰ জলন্ত-সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবঢ়া নাই বিজেপি
Month: November 2023
বলীউডৰ বহু অভিনেত্ৰীয়ে স্বামীৰ বাবে ৰাখিছে কৰৱা চৌথৰ ব্ৰত । চাওক কোন কোন অভিনেত্ৰীয়ে পালন কৰিলে ব্ৰত ৷ সমগ্ৰ দেশৰ ভাৰতীয় বিবাহিত দম্পতীয়ে ১ নৱেম্বৰত পালন কৰিছে কৰৱা চৌথ । স্বামীৰ দীৰ্ঘায়ু কামনা কৰি প্ৰত্যকগৰাকী বিবাহিত মহিলাই বুধবাৰে ব্ৰত ৰাখি পূজা কৰা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্ৰত পিচ পৰি থকা নাই
মহানগৰীৰ পাশ্বৰ্ৱতী যোৰাবাটত আৰক্ষীৰ অভিযানত জব্দ এখন ট্ৰাক সহ ৪৪টা চোৰাং গৰু। লগতে আটক কৰে দুই সৰবৰাহকাৰীক ৷ উল্লেখ্য যে,নগাঁৱৰ পৰা বৰ্ণিহাটলৈ নিয়াৰ বাবে এচ-১৭-চি-৫৫৯১ নম্বৰৰ ট্ৰাক খনৰে সৰবৰাহ কৰিছিল গৰুকেইটা। ধৃত চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ নাম আমিনুল হক আৰু মাফিজুল খান ৷ ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে সৰবৰাহকাৰী
Lymphoma Support Group India (a trust) which provides support to cancer patients ties up with Sanjevani Hospital Maligaon Guwahati. The tie up will bring doctors from reputed hospital of the nation for OPD’s and OT which will be beneficial for the people Northeast region. On the occassion Dr Shamim Khan,
ৰঙিয়া গুৰকুছি কৰৰাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই দুজনকৈ যুৱকৰ ঘৰৰ পৰা পিষ্টল, তিনিজাই গুলী সহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ামতে এক গোপন সুত্ৰৰ ভিত্তিত নিশাৰ ভাগত ৰঙিয়া গুৰকুছিৰ কৰাৰত ৰিংকু আলী ওৰফে গাগাৰ ঘৰত তালাচী চলোৱা হয়