গ্ৰীষ্ম কালছোৱাত সাধাৰণতে মানুহৰ শৰীৰৰ পৰা ঘাম বাহিৰ হয়৷ কেতিয়াবা জোখতকৈ বেছি ঘাম ওলালে কোনো ৰোগৰো লক্ষণ হ’ব পাৰে৷ সেইবাবে শৰীৰৰ পৰা অতিৰিক্ত ঘাম বাহিৰ হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷ ঘামে শৰীৰ ঠাণ্ডা কৰি ৰখাত যিদৰে সহায় কৰে সেইদৰে কেতিয়াবা স্বাস্থ্যৰ বাবে ই বিপদো মাতি আনিব পাৰে৷ অতিৰিক্ত ঘাম ওলোৱাৰ
Month: November 2023
আজি-কালি প্ৰায়ভাগ লোকৰেই ইউৰিক এচিডৰ সমস্যা থাকে৷ ডায়েবেটিছ, কলেষ্টেৰ’ল ট্ৰাইগ্লিচাৰাইডৰ দৰে ইউৰিক এচিডত সমস্যাত ভোগা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ দেহত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আচলতে শৰীৰৰ এবিধ বৰ্জ্য পদাৰ্থই হৈছে এই ইউৰিক এচিড৷ পিউৰিণ সমৃদ্ধ খাদ্য হজমৰ ফলত তাৰ পৰা বৰ্জ্য
শিশুৰ খাদ্যৰ ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ-মাতৃয়েই সচেতন৷ সন্তানটিয়ে সঠিক খাদ্য বা পুষ্টি লাভ কৰিছে নে নাই তাকে লৈ বহুতকে চিন্তাত পৰা দেখা যায়৷ বহু সময়ত শিশুৱে পছন্দৰ খাদ্য নাপালে খাদ্য গ্ৰহণ নকৰা হয়৷ বাহিৰৰ খাদ্যৰ প্ৰতি শিশুসকলৰ আকৰ্ষণ বেছি৷ কিন্তু এনে খাদ্য মুঠেই স্বাস্থ্যসন্মত নহয়৷ বাহিৰৰ খাদ্যই শিশুক পুষ্টি যোগান ধৰাটো
যিকোনো ধৰণৰ কৰ্মস্থলীতে বিভিন্ন ধৰণৰ মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়৷ কেতিয়াবা কামত নিপুণতা দেখুৱালেও অফিচ পলিটিক্স আদিৰ বাবে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ মানসিক চাপৰ পৰা মুক্ত হোৱাৰ উপায়ঃ – ১.মন সদায় শান্ত কৰি ৰাখিব লাগে৷ মনৰ প্ৰশান্তিৰ বাবে নিয়মীয়াকৈ মেডিটেশ্বন কৰাটো প্ৰয়োজন৷ প্ৰতিদিনে অফিচৰ পৰা ঘূৰি অহাৰ পাছত কমেও
পেট্ৰল-ডিজেল যিয়েই নহওক দেশত ব্যয়বহুল, তাৰ ওপৰত পেট্ৰল পাম্পৰ মালিকসকলে গ্ৰাহকক আৰু বেছিকৈ প্ৰতাৰণা কৰে, জানি-বুজি পেট্ৰ’ল পাম্পৰ মালিকৰ লুটপাত তেওঁলোকে হাতত লয়, কিন্তু অজ্ঞান মানুহবোৰে ঠগ খাই থাকে। কিন্তু চিন্তা নকৰিব, আজি আমি আপোনালোকক ক’ম পেট্ৰ’ল পাম্পৰ মানুহে কেনেকৈ লুটপাত কৰে আৰু এই প্ৰৱঞ্চনাৰ পৰা আপুনি কেনেকৈ নিজকে ৰক্ষা