Month: November 2023

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ ভঙাগড় থানাৰ অন্তৰ্গত দীনেশ ওজা পথত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ ৰিক্সাৰ ওপৰত উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মহানগৰীৰ ভঙাগড়ৰ দীনেশ ওজা পথত ৰিক্সাৰ ওপৰত

ভিয়েটনামৰ উজলিল অসম গৌৰৱ সত্রীয়া নৃত্য

ভিয়েটনামৰ উজলিল অসম গৌৰৱ সত্রীয়া নৃত্য

সুদূৰ ভিয়েটনামৰ হো চি মিন চহৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উত্তৰ পূর্বাঞ্চল মহোৎসৱত উজলিল অসমৰ সত্রীয়া নৃত্য৷ ২৭ অক্টোবৰত ভিয়েটনামত বিখ্যাত ৰেক্স ইণ্টাৰনেচনেল হোটেলত সন্ধিয়া ৭বজাত অনুষ্ঠিত উত্তৰ–পূর্বাঞ্চল মহোৎসৱৰ

নগাঁৱত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ!

নগাঁৱত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ!

নগাঁৱৰ ডিফলুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হৈছে। জাপিব পৰা মতে, প্ৰবীণ বৰা নামৰ এগৰাকী

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান!

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান!

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান। কেম্পৰ পৰা ভিডিঅ’ৰে যোগদানৰ কাৰণ বাখ্যা পৱন নেওগৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এক নং ৱাৰ্ডৰ যুৱক পৱন নেওগ। ২০১৫ চনত দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই ব্যৱহাৰ কৰা আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ কৰাৰ সন্দৰ্ভত নিৰ্মাতা এপলে জাননী প্ৰেৰণ কৰিছে। ইয়াকে লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই