শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক এলেকাৰ অন্তৰ্গত গহপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনস্থ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অবাঞ্ছিত ঘটনা। মধ্যাহ্ন ভোজনৰ তীব্ৰ উষ্ণতাৰ দাইলৰ গামলাত পৰি তৃতীয় শ্ৰেণীত অধ্যয়নত এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হ’বলগীয়া ঘটনা সংঘটিত হৈছে৷ ২০ নবেম্বৰত সংঘটিত হৈছে
Month: November 2023
মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ নিলামৰ তাৰিখ প্ৰকাশ পাইছে। মহিলা প্ৰিমিয়াৰ লীগৰ নিলাম ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব। একে সময়তে মুম্বাইত অনুষ্ঠিত হ’ব এই নিলাম। এই নিলামত বহু ক্ৰিকেটাৰৰ ওপৰত বহু টকাৰ বৰষুণ হ’ব পাৰে। উদাহৰণস্বৰূপে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছকে ধৰি প্ৰায় সকলো দলেই এই নিলামৰ বাবে সাজু। ইয়াৰ পূৰ্বে শেহতীয়াকৈ দলসমূহে
👉তেলেংগানাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্বাচনী প্রচাৰ অভিযান ৰাজস্থানৰ পিছত তেলেংগানাতো ধাৰাবাহিক নির্বাচনী প্রচাৰ অভিযানত নামি পৰিছে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ হায়দৰাবাদত নির্বাচনী সভাৰ লগতে এক বৃহৎ নির্বাচনী ৰেলীতো অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ এই নির্বাচনী সভাতে মুখ্যমন্ত্রীৰ ঘোষণা– নতুন ভাৰতত নিষিদ্ধ হ’ব লাগে তালাক আৰু বহু
Opportunity for Indian students aspiring to study abroad to connect with over 70 European universities for free from the comfort of their home at https://study-europe.net/register Guwahati, 19 November 2023: The 8th edition of the European Higher Education Virtual Fair (EHEVF) India will be held on 23 and 24 November 2023
জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ এটি প্ৰয়াস হিচাপে, চৰকাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে এখনি উন্নত ৰাষ্ট্ৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। এই ৰূপান্তৰমূলক যাত্ৰাই দেশৰ নাগৰিকৰ কল্যাণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাক সূচিত কৰিছে আৰু ই দেশৰ সকলো প্ৰান্তকে সামৰি লৈছে। বিকশিত ভাৰত সংকল্প যাত্ৰা কেৱল এক কাৰ্য্যসূচীয়েই নহয়, বৰঞ্চ এয়া এক সামূহিক