Month: November 2023

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত আয়কৰ বিভাগে অভিযান!

আয়কৰ বিভাগে অভিযান চলালে গুৱাহাটীৰ ‘প্ৰতীক্ষা হাস্পতাল’ ত 🔷গুৱাহাটীৰ বৰবাৰীৰ প্ৰতীক্ষা হাস্পতালত আয়কৰ বিভাগৰ অভিযান। 🔷গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ আছে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালৰ বিৰুদ্ধে। 🔷হাস্পতালৰ ফাৰ্মাচী, পৰীক্ষাগাৰ, কেছ কাউণ্টাৰ , বেংকৰ একাউণ্ট আদিৰ নথি-পত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰে আয়কৰ বিভাগে। 🔷স্বত্বাধিকাৰী প্ৰমোদ শৰ্মাৰ ঘৰতো চলে আয়কৰ বিভাগৰ অভিযান।

পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ…! ছপা কৰা আখৰৰ দৰে সুন্দৰ, হাৰ মানে কম্পিউটাৰেও

পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰ…! ছপা কৰা আখৰৰ দৰে সুন্দৰ, হাৰ মানে কম্পিউটাৰেও

শিক্ষা হৈছে এনে এক মাধ্যম, যাৰ আধাৰত জীৱন গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ় লৈ উঠে। ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হয়। আৰু শিক্ষাৰ অন্যতম প্ৰধান অংশ হ’ল হাতৰ আখৰ। ভাল হাতৰ আখৰে প্ৰায়ে পৰীক্ষাত ছাত্ৰ-ছাত্ৰীক আগুৱাই লৈ যায়। শিক্ষকসকলেও ভাল হাতৰ আখৰৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰশংসা কৰে। কিন্তু প্ৰতিজন

ৰঙানদী! পেৰুৰ এই নদীখনৰ পানী তেজৰ দৰে ৰঙা, কাৰণ জানিলে আচৰিত হ’ব

ৰঙানদী! পেৰুৰ এই নদীখনৰ পানী তেজৰ দৰে ৰঙা, কাৰণ জানিলে আচৰিত হ’ব

দক্ষিণ আমেৰিকাৰ দেশ পেৰুত এনে খন নদী আছে, যাৰ পানীৰ ৰং তেজৰ দৰে ৰঙা। প্ৰতি বছৰে বহু পৰ্যটকে এই নদীখন চাবলৈ আহে। নদীখনৰ ৰঙা পানী দেখি যিকোনো লোকেই আচৰিত হ’ব। জানো আহক কিয় এই নদীখনৰ পানীৰ ৰং ৰঙা।   এই নদীখন পেৰুৰ সুস্কোত আছে। নদীখনক স্থানীয় লোকসকলে কয় পুকামায়ু। কেৱল

দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন, দুৰ্বৃত্তই লুটি নিলে বাইক

দুৰ্বৃত্তৰ গুলীচালনাত আহত এজন, দুৰ্বৃত্তই লুটি নিলে বাইক

বোকাখাতৰ লতাবাৰীত গুলীচালনাৰ ঘটনা। উদয় চাংমাই নামৰ এজন লোকলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। গুলীচালনাত গুৰুতৰভাৱে আহত উদয় চাংমা। দুৰ্বৃত্তই কাঢ়ি লৈ যায় উদয় চাংমাইৰ বাইকখন। বোকাখাত চিকিৎসালয়ত ভৰ্তি গুলীবিদ্ধ উদয় চাংমাইক। কাজিৰঙা দিশৰ পৰা বোকাখাতলৈ গৈ থকা অৱস্থাত সংঘটিত এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে

পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

পুৱাৰে পৰা আৰম্ভ মধ্য প্ৰদেশ আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচন

শুকুৰবাৰে পুৱাৰ পৰা দেশৰ দুই ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচন। ইতিমধ্যে পুৱা ৭ বজাৰ পৰা মধ্য প্ৰদেশত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বিপৰীতে পুৱা ৮ বজাৰ পৰা চত্তীশগড়ত আৰম্ভ হ’ব ভোটগ্ৰহণ। মধ্য প্ৰদেশৰ ২৩০ খন আৰু চত্তীশগড়ৰ ৭০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। চত্তীশগড়ৰ এয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। প্ৰথম