Month: November 2023

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল এটি কণমানি

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল এটি কণমানি

১০ মিনিটৰ বাবে পাণবজাৰ থানাৰ OC হ’ল এটি কণমানি খাকী পোছাক পৰিধান কৰি OCৰ আসনত বহিল ৪ বছৰীয়া আয়াঞ্চ জয়ছোৱাল শিশু দিৱসত পাণবজাৰ থানাৰ এই পদক্ষেপ

প্ৰথমবাৰৰ বাবে দেশত মুকলি হ’ব তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে’লৰ দলং

প্ৰথমবাৰৰ বাবে দেশত মুকলি হ’ব তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে’লৰ দলং

প্ৰথমবাৰৰ বাবে দেশত মুকলি হ’ব তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে’লৰ দলং 🔷 পূৰ্ণগতিত চলি আছে তাঁৰৰ দ্বাৰা নিৰ্মিত ৰে’লৰ দলংৰ নিৰ্মাণ কাৰ্য। 🔷 ভূস্বৰ্গ কাশ্মীৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত জিলিকিছে ‘’অঞ্জি খাদ সেতু’’। 🔷 কাশ্মীৰৰ পৰ্যটন, সুৰক্ষাৰ ক্ষেত্ৰত সূচনা হ’ব নতুন দিগন্ত।

নাৰীদেহ ব্যৱসায়ৰ চৰজমিন তদন্ত কৰিবলৈ গৈ দশা বেয়া হ’ল ফেচবুক পেজৰ মালিকৰ

নাৰীদেহ ব্যৱসায়ৰ চৰজমিন তদন্ত কৰিবলৈ গৈ দশা বেয়া হ’ল ফেচবুক পেজৰ মালিকৰ

ফেচবুকত এটা পেজ আছে ৷ পেজটোৰ নাম ‘Biswajit FB Page’ পেজটোৰ স্বত্বাধিকাৰী ঢেকিয়াজুলীৰ বিশ্বজিৎ বিশ্বাস ৷ সমাজত চলি থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে মাত এষাৰ দিওঁ বুলি তেওঁ য’তে-ত’তে প্ৰৱেশ কৰি মোবাইল ফোনত ভিডিঅ’ প্ৰস্তুত কৰে আৰু নিজৰ পেজটোত আপলোড কৰে ৷ কেতিয়াবা যদি সুৰাৰ ঘাটি বিচাৰি যায়, কেতিয়াবা যায় নাৰীদেহ

সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ

সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ

বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত ম’হখুলি গাঁওৰ আনন্দ ৰামচিয়াৰী আৰু কুসুমী ৰামচিয়াৰীৰ একমাত্ৰ কন্যা এলিচা ৰামচিয়াৰী । জীৱনৰ অৰ্থ বুজি নোপোৱা এলিচা এতিয়া আক্ৰান্ত জটিল ৰোগত ৷ এলিচাৰ জীৱনলৈ নামি অহা দুঃসংবাদে থান-বান কৰি পেলালে পৰিয়ালটি ৷ কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিয়ে দিক-বিদিক হেৰুৱাই অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ ৷

মূৰত বিয়েৰৰ বটল ভাঙি মহিলা কৰ্মচাৰীৰ সৈতে সংঘটিত জঘন্য ঘটনা

মূৰত বিয়েৰৰ বটল ভাঙি মহিলা কৰ্মচাৰীৰ সৈতে সংঘটিত জঘন্য ঘটনা

এটা জঘন্য ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। আগ্ৰাৰ এখন হোমষ্টেত কৰ্মৰত ২৫ বছৰীয়া এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ আৰু আক্ৰমণৰ ভয়ংকৰ অভিযোগৰ কথা আৰক্ষীয়ে স্পষ্ট কৰিছে। কেৱল ধৰ্ষণেই নহয়, যুৱতীগৰাকীৰ সৈতে অতি পাশৱিক আচৰণ কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এই গোচৰৰ সৈতে জড়িত এগৰাকী মহিলাসহ পাঁচজন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা