The third edition of the Shillong Literary Festival has commenced, offering compelling discussions and book launches at the serene venue of Wards Lake in Shillong, Meghalaya, India. Launched on November 14, the festival was graced by Chief Guest Paul Lyngdoh, Cabinet Minister overseeing Arts & Culture, Social Welfare, Textiles, and
Month: November 2023
‘Lachit The Warrior’, an animation film written and directed by senior Assam Police officer Partha Sarathi Mahanta and produced by Mina Mahanta and Indrani Baruah, has been awarded the ‘Best Animated Short Film’ in the Kollywood International Film Festival held in Chennai. The narration in ‘Lachit The Warrior’ was done
গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ জব্দ চোৰাং সোণ ৷ বিশেষ সূত্ৰৰ পমখেদি ৰেলৱে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই মঙলবাৰে তেজছ এক্সেপ্রেছৰ পৰা এজন লোকৰ পৰা জব্দ কৰা হয় সোণ খিনি ৷ জব্দকৃত সোণখিনিৰ ওজন ৫০০ গ্ৰাম ৷ লগতে আটক কৰে সোণ সৰবৰাহকাৰী ৰাজস্থানৰ এজন ব্যক্তিক । উল্লেখ্য যে,সোণখিনি আগৰতলাৰ পৰা ৰাজস্থানলৈ সৰবৰাহ
দীপাৱলীৰ আনন্দ উছাহৰ মাজতে সোমবাৰে নিশা মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰশাসনৰ নিয়ম উলংঘা কৰি মাজনিশালৈ ফুটাইছিল আতচবাজী ৷ এই আতচবাজীৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডৰ সন্দেহ স্থানীয়লোকৰ ৷ পাঞ্জাবাৰীস্থিত গংগা শান্তি এপাৰ্টমেণ্টত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত জুইত ভষ্মীভূত হৈছে এপাৰ্টমেণ্টটোৰ এটা ফ্লেটৰ সকলো সামগ্রী। প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰে নিশা
কোকৰাঝাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।এনডিএৰ পৰিকল্পনাত চেঁচাপানী ঢালি হাগ্ৰামা মহিলাৰীৰ ঘোষণা। তেওঁ কয় যে, দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফে দিব নিজাববীয়া প্ৰাৰ্থী। দুয়োটা সমষ্টিতে জিকিব বিপিএফ। বিপিএফ চিংগলে জন্ম হৈছে চিংগলে যাব । বিজেপি, কংগ্ৰেছ , অগপ , এআইইউডিএফ কাৰো সতে আমাৰ যোগাযোগ নাই। দলৰ সিদ্ধান্ত অনুসৰি