Month: November 2023

উত্তৰাখণ্ডত ভূমিস্খলনৰ ফলত বন্ধ হৈ যোৱা সুৰংগত আৱদ্ধ অসমৰ ২ শ্ৰমিক

উত্তৰাখণ্ডত ভূমিস্খলনৰ ফলত বন্ধ হৈ যোৱা সুৰংগত আৱদ্ধ অসমৰ ২ শ্ৰমিক

উত্তৰাখণ্ডত ১২ নৱেম্বৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ফলত সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় ৪০ গৰাকীকৈ শ্ৰমিক। সেই শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন লোক আৱদ্ধ হৈ আছে । শ্ৰমিক ২জন কোকৰাঝাৰৰ ৰামফল বিলৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বৰ্তমানলৈ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয়

সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং

সাৱধান! মহানগৰীত পকেট মাৰৰ ৰূপত শিশুৰ গেং

আজি সমগ্ৰ ৰাজ্যই পালন কৰিছে শিশু দিৱস। সৰ্বপল্লী ৰাধাকৃষ্ণণক সুঁৱৰি পালন কৰিছে এই শিশু দিৱস। ইয়াৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। এইবাৰ মহানগৰীত পকেট মাৰৰ ৰূপত ঘূৰি ফুৰিছে শিশুৰ গেং। এই গেঙটোৰ টাৰ্গেট পথচাৰী। মঙলবাৰে ভঙাগড়ত সংঘটিত হৈছে শিশু পকেটমাৰ গেংৰ লুট-পাত। ইতিমধ্যে স্থানীয় ৰাইজে আটক কৰে

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক…

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা, আন এজনৰ অৱস্থা সংকটজনক…

মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ শংকৰ নগৰত সংঘটিত হয় এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলা নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। নিহত মহিলাগৰাকী মাজবাটৰ বিবাৰী নাৰ্জাৰী বুলি জানিব পৰা গৈছে আনহাতে গুৰুত্বৰভাৱে আহত লোকজনক সঞ্জয় নাৰ্জাৰী(৩৭)

দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ…

দৰঙৰ বানেকুছিত শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ…

দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহটো ৷ এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকীৰ পৰিচয় ৷ হত্যাকাণ্ডৰ সন্দেহ ৰাইজৰ৷ঘটনাস্থলীলৈ ৰাওনা পাথৰিঘাট আৰক্ষী ৷

নগাঁৱৰ কঠিয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযান

নগাঁৱৰ কঠিয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযান

নিউজ ব্যুৰ’,নগাঁও,১২অক্টোবৰ:–বিগত বৰ্ষৰ দৰে এইবছৰো শনিবাৰে নিশা নগাঁও জিলাৰ কঠীয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ ১৫সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক নৃত্য সমাৰোহ “নৃত্যাঞ্জলি- ২০২৩” উদ্যোগত উদযাপন কৰা হয় । বিদ্যালয়ৰ পৰিচালন সঞ্চালক নিজৰা ডেকা বৰাৰ উদ্যোগত নৱশিখা সংঘৰ ৰাজহুৱা মঞ্চত আয়োজিত বিয়লি কাৰ্যসূচী আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ