Month: November 2023

দীপাৱলীৰ উপহাৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত ডিয়াৰনেছ ভাট্টা…

দীপাৱলীৰ উপহাৰ! ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত ডিয়াৰনেছ ভাট্টা…

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত বিশেষ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১ ডিচেম্বৰ ২০২৩ৰ পৰা ৪% অতিৰিক্ত ডিয়াৰনেছ ভাট্টা লাভ কৰিব। জুলাই ২০২৩ৰ পৰা নৱেম্বৰ ২০২৩লৈ কাৰ্যকৰী হোৱা বকেয়া ডিয়াৰনেছ ভাট্টা দুটা সমান কিস্তিত পৰিশোধ কৰা হ’ব। ৫০% বকেয়া ভাট্টাৰ প্ৰথম কিস্তি ডিচেম্বৰত পৰিশোধ কৰা হ’ব। আনহাতে বাকী ৫০% এপ্রিল

আমিনগাঁৱত বুজন পৰিমাণৰ আফিং জব্দ

আমিনগাঁৱত বুজন পৰিমাণৰ আফিং জব্দ

🔴আমিনগাঁৱত বুজন পৰিমাণৰ আফিং জব্দ🔴বলেৰ’ পিকআপ ভানৰ পৰা জব্দ ৩৬ কেজি আফিং🔴বাহনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল আফিংখিনি🔴আফিংসহ ৪ জন সৰবৰাহকাৰীকো আটক আৰক্ষীৰ

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ

পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ

🔴পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোষ্টাৰ পদত্যাগ🔴প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আছিল দুৰ্নীতি, ক্ষমতাৰ দুৰ্ব্যৱহাৰৰ অভিযোগ🔴মঙলবাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী আৱাসত তালাচী চলাইছিল আৰক্ষীয়ে🔴তদন্ত প্ৰক্ৰিয়াৰ মাজতে পদত্যাগ এণ্টোনিঅ’ কোষ্টাৰ

মহানগৰীৰ ধীৰেণপাৰাত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ ধীৰেণপাৰাত মৃতদেহ উদ্ধাৰ

🔴মহানগৰীৰ ধীৰেণপাৰাত মৃতদেহ উদ্ধাৰ🔴বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৭নং গেটৰ সমীপত উদ্ধাৰ মৃতদেহটো🔴মৃতদেহটো প্ৰকাশ বড়োৰ বুলি চিনাক্ত🔴উদ্ধাৰ হোৱা নাই যুৱকজনৰ মোবাইল, মানিবেগ🔴ডকাইতি কৰি কোনো লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ

ডিমৌত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত লাটমণ্ডল

ডিমৌত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত লাটমণ্ডল

🔴ডিমৌত উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত লাটমণ্ডল🔴১৮০০ টকা ঘোচ লৈ আটক লাটমণ্ডল পূৰ্ণিমা গগৈ🔴ডিমৌ ৰাজহ চক্ৰৰ ডিমৌৰ লাটমণ্ডল পূৰ্ণিমা গগৈ🔴মাটি ভাগ-বাটোৱাৰাৰ নামত লৈছিল উৎকোচ