কাইলৈ অৰ্থাৎ ২৮ নৱেম্বৰত গুৱাহাটীৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন T-20 মেচ। শৃংখলাখনত ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ভাৰতীয় ক্ৰিকেট দল। দেওবাৰে ত্ৰিবান্দ্ৰমত অনুষ্ঠিত হোৱা দ্বিতীয়খন মেচত কেংগাৰু বাহিনীক ৪৪ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। ইপিনে, বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগা মেচৰ বাবে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হয়
Month: November 2023
ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব মালেছিয়া। দেশখনৰ প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমে কয় যে, মালেছিয়াই ভাৰতীয় আৰু চীনৰ নাগৰিকসকলৰ বাবে ভিচা ফ্ৰী কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি চীন আৰু ভাৰতৰ নাগৰিকসকলক ১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাকৈ ৩০ দিনৰ বাবে ভিচা নোহোৱাকৈ মালেছিয়া ভ্ৰমণ কৰিব পাৰিব। দেওবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই এই কথা। চীন
গুৱাহাটীৰ মাজমজিয়াত থকা ফাঁচী বজাৰৰ হোলচেল মাৰ্কেটখন স্থানান্তৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছে গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে। মন্ত্ৰী সিংঘালে সাংবাদিকৰ আগত আজি এই মন্তব্য কৰিছে। পল্টনবজাৰৰ শ্ৰীশ্ৰী মহামায়া থানৰ হনুমান মন্দিৰ শুভাৰম্ভৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই বিষয়ে প্ৰকাশ কৰে মন্ত্ৰী অশোক সিংঘালে। অনুষ্ঠানৰ
🔵 NH-27 আৰু NH-17ত মালবাহী বাহনৰ চলাচল নিষিদ্ধ। 🔵 ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২বজালৈ বলবৎ থাকিব এই নিৰ্দেশনা। 🔵 AK আজাদ ৰোড, AK দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা। 🔵 লগতে তিনিচকীয়া বাণিজ্যিক বাহনৰ ক্ষেত্রতো প্রযোজ্য হ’ব এই নিৰ্দেশনা। 🔵 ২৮ নবেম্বৰত AK আজাদ ৰোড
Filmfare OTT Awards 2023: Alia Bhatt, Manoj Bajpayee win big, check list of all winners; Pics Inside
The Filmfare OTT Awards took place on Sunday evening in the presence of several B-town celebrities. ‘Darlings,’ Alia Bhatt’s web debut, earned her the Best Actor (female) award. Alia wore a black body-hugging outfit inspired by a saree for the event. Manoj Bajpayee won Best Actor, Web Original Film (Male)