বীৰ হনুমানৰ এঘাৰখন মুখৰ মহত্ব জানো আহক…

1 min read

১/বীৰ হনুমানৰ প্ৰথম-হনু মুখ=
এয়া ৰূপ-শক্ৰৰ পৰা বিজয় পোৱাৰ প্ৰতিক..

২/দ্বিতীয়তে=প্ৰভূ শ্রী ৰাম..

এই ৰূপে-ভগৱান ৰামৰ শক্তি আৰু

আৰ্শীবাদৰ প্ৰতীক..

৩/তৃতীয়তে=মহাদেৱৰ মুখ..

এই ৰূপে-ভগৱান শিৱৰ আৰ্শীবাদৰ প্ৰতীক।।

৪/চতুৰ্থতে=অগ্নি দেৱ..

এই, ৰূপে-বেমাৰৰ পৰা ৰক্ষা কৰে…

৫/পঞ্চমতে-নাগৰ মুখ..

এই ৰূপে-নাগ ৰু-ভয়ক শেষ কৰে..

৬/ষষ্ঠতে-গণেশৰ মুখ..

এই, ৰূপে-জ্ঞানৰ প্ৰতিনিধিত্ব কৰে..

৭/সপ্তমতে-হয়গ্ৰীৱৰ মুখ..

এই, ৰূপে-শুভ কাৰ্য্য আৰম্ভ হয়..

৮/অষ্টমতে-গৰোদ্ৰৰ মুখ..

এই ৰূপে-সমস্যা পৰা হাত সাৰিবলৈ উপায় দিয়ে..

৯/নৱমতে-নৰসিংহৰ মুখ-

এই ৰূপে-ভয় আৰু মানসিক ৰোগৰপৰা মুক্ত হবলৈ-সহায় কৰে…

১০/দ্বাদশ-বৰাহ মুখ-

এই ৰূপে-ৰোগৰপৰা মুক্ত হবলৈ-সহায় কৰে..

১১/একাদশতে-ভৈৰৱ মুখ-

এই ৰূপে আপোনাৰ আশে পাশে থকা বেয়া শক্তিক দমন কৰে…

জয় শ্ৰী ৰাম…জয় হনুমান

You May Also Like

More From Author