৫০০ বছৰৰ পাছত বিৰল সংযোগ! কেইদিনমানৰ ভিতৰতে এই ৩টা ৰাশিৰ হাতলৈ আহিব টকা

1 min read

জ্যোতিষী পণ্ডিত অজয় ​​ডুবেৰ মতে বৃহস্পতি গ্ৰহই মেষ ৰাশিত প্ৰৱেশ কৰিছে। মাৰ্গী ৩১ ডিচেম্বৰত হ’ব। মেষ ৰাশিত বৃহস্পতিয়ে সৃষ্টি কৰিব কুলদীপক ৰাজযোগ।

এই ৰাজযোগৰ প্ৰভাৱ সকলো ৰাশিৰ জাতক-জাতিকাৰ ওপৰত দেখা যাব। কিন্তু ৩ ৰাশিৰ ওপৰত ইয়াৰ অধিক প্ৰভাৱ পৰিব। ২০২৪ চনৰ নতুন বছৰৰ আৰম্ভণিতে তেওঁলোকৰ ভাগ্য মুকলি হ’ব। আৰ্থিকভাৱেও তেওঁলোকে অভাৱনীয়ভাৱে লাভৱান হ’ব।

মেষ ৰাশি: কুলদীপক ৰাজযোগে এই ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য মুকলি কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মস্থলীৰ পৰা ভাল ফলাফল পাব। ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হ’ব। বিবাহিত লোকৰ দাম্পত্য জীৱন অতি সুখী হ’ব। পুৰণি ঋণো পৰিশোধ হ’ব। এই সময়ত দেশ-বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে।

কৰ্কট ৰাশি: এই ৰাশিৰ জাতক-জাতিকাৰ বাবে কুলদীপক ৰাজযোগ অতি শুভ হ’ব। এই সময়ছোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি হ’ব। উপাৰ্জনৰ নতুন উৎস মুকলি হ’ব। বেংকৰ বেলেঞ্চ বৃদ্ধি হ’ব, পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। জীৱনত সুখ আৰু সমৃদ্ধি আহিব। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীয়ে যিকোনো পৰীক্ষা বা প্ৰতিযোগিতাত আকাংক্ষিত সফলতা লাভ কৰিব পাৰে।

সিংহ ৰাশি : এই ৰাশিৰ লোকে জীৱনত সফলতা লাভ কৰিব। এই সময়ছোৱাত ভাগ্যই সহায় কৰিব। বিদেশ ভ্ৰমণৰ পৰিকল্পনা সফল হ’ব। আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হ’ব। জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। সন্তানৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা। অভাৱনীয় ধন লাভৰ সুযোগ আছে।

Disclaimer: এই প্ৰতিবেদনত থকা সকলো তথ্য জ্যোতিষশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে, Guwahati Timesএ ইয়াত দিয়া কোনো তথ্য নিশ্চিত কৰা নাই। এই বিষয়ে শুদ্ধ ফলাফল পাবলৈ জ্যোতিষীসকলৰ সৈতে যোগাযোগ কৰিব।

You May Also Like

More From Author