বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা…

1 min read

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।

ট্ৰাক আৰু চাৰিচকীয়া ইণ্ডিকো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

দূৰ্ঘটনাত থিতাতে নিহত দুজন, সংকটজনক অৱস্থা এজনৰ।

দূৰ্ঘটনাগ্ৰস্ত ইণ্ডিকো বাহনখনৰ নম্বৰ AS 01 BM 2066 আৰু ট্ৰাকখনৰ নম্বৰ ক্ৰমে UP 21 BN 8064

শালমাৰাৰ পৰা ধুবুৰী অভিমূখে আহি থকা অৱস্থাত ইণ্ডিগো বাহনখন পতিত হয় এই দূৰ্ঘটনাত।

দূৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালক আৰু হেণ্ডিমেনৰ পলায়ন।

এতিয়ালৈ মৃত ব্যক্তি দুজনৰ লগতে আহত ব্যক্তিজনৰ পৰিচয় ওলোৱা নাই।

ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

You May Also Like

More From Author