আদিত্য মঙল যোগ: ২০২৪ ৰ আৰম্ভণিতেই উজ্জ্বলি উঠিব ৩ ৰাশিৰ জীৱন…

1 min read
ডিচেম্বৰৰ শেষত তৈয়াৰ হৈছে আদিত্য মণ্ডল যোগ। সূর্ঘ আৰু মঙলৰ যুঁটিৰ ফলত এই ৰাজযোগ তৈয়াৰ হ’ব। যাৰ ফলত ২০২৪ চনৰ আৰম্ভণিতে ভাগ্য চমকি উঠিব কেইটামান ৰাশিৰ জাতকৰ। জ্যোতিষ গণনা অনুসৰি মঙলে ধনু বাশিত প্ৰৱেশ কৰিব। এই ৰাশিত পূৰ্বৰে পৰাই সূর্যই অৱস্থান কৰি আছে। ধনু ৰাশিত সূর্য আৰু মঙলৰ যুঁটিৰ ফলত শুভ যোগ তৈয়াৰ হৈছে। নতুন বছৰতেই সুফল লাভ কৰিব কেইটামান ৰাশিৰ জাতকে। আয় বৃদ্ধি, ব্যৱসায়, প্ৰেম আৰু পাৰিবাৰিক জীৱনত উন্নতি সম্ভৱ হ’ব। সূর্য আৰু মঙলৰ আদিত্য মণ্ডল যোগ কোন কোন ৰাশিৰ বাবে শুভ জানি থওক সবিশেষ।

মেষ ৰাশি- মেষ ৰাশিৰ জাতকৰ বাবে আদিত্য মণ্ডল যোগ শুভ ফলদায়ী। কাৰণ আপোনাৰ ৰাশিৰ নৱম স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে। আপুনি এই সময়ত ভাগ্যৰ সংগ পাবইয়াৰোপৰি একাধিক পৰিকল্পনা পূৰণ হ’ব। ২০২৪ চনত একাধিক সুসংবাদো লাভ কৰিৰ এই ৰাশিৰ জাতকে। দেশ বিদেশ যাত্ৰাৰ পৰিকল্পনা থাকিলে সফল হ’বকেৰিয়াৰত একাধিক সুযোগ লাভ কৰিবএই ৰাশিৰ বেকাৰ যুৱকে চাকৰি পাৰধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে এই ৰাশিৰ জাতকে।

সিংহ ৰাশি- জ্যোতিষ অনুসৰি আদিত্য মঙল ৰাজযোগ সৃষ্টি হোৱাত ধনু ৰাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই ৰাশিৰ গোচৰ কোষ্ঠীৰ পঞ্চম স্থানত এই যোগ তৈয়াৰ হৈছে। সন্তান সংক্রান্তিয় কোনো সু সংবাদ পাব সিংহ ৰাশিৰ জাতকে। প্ৰেমৰ সম্পৰ্কত লিপ্ত থাকিলে ভাল ফল পাবইয়াৰোপৰি ব্যক্তিৰ আধ্যাত্মিক, জ্যোতিষ, ধর্মীয় ক্ষেত্রত যুক্ত হৈ সুখী অনুভৱ কৰিব। সম্পত্তি ক্রয় বিক্রয়ৰ মাধ্যমেৰে লাভাজিত হ’ব৷ আকস্মিক ধন লাভ কৰিব এই বাশিৰ জাতকে।
ধনু ৰাশি- ধনু ৰাশিত আদিত্য মঙল যোগ তৈয়াৰ হৈছে। এই বাশিৰ জাতকৰ বাবে ভাল খবৰ আহিব। এই সময়ত ধনু ৰাশিৰ জাতকৰ সাহস আৰু পৰাক্ৰমা বৃদ্ধি পাৰইয়াৰোপৰি ২০১৪ চনত ভাল সময় আহিব এই বাশিব জাতকৰ। এই সময়ত ধনু ৰাশিৰ জাতকৰ ব্যক্তিত্ব উন্নত হ’ববুদ্ধিবিচক্ষণতাবে কৰ্মত উন্নতি কৰিব। কেৰিয়াৰত উন্নতিৰ একাধিক যোগ আছে। আয় বুদ্ধিৰো যোগ আছে। মান সম্মান প্রতিষ্ঠা বাড়িব।

You May Also Like

More From Author