দৰং জিলাত উৎখাত দেহ ব্যৱসায়ী চক্ৰ…

1 min read

 

দৰং জিলাৰ দলগাওঁৰ পৰা উদ্ধাৰ পাঁচ গৰাকী ছোৱালী ৷

উদ্ধাৰ হোৱা সকলৰ মাজত আছে এজনী কিশোৰী ৷

দৰং জিলা আৰক্ষীৰ সফলতা ৷ দলগাওঁৰ ২ নং শিয়ালমাৰী পৰা উৎখাত দেহ ব্যৱসায়ী চক্ৰ ৷ দৰং জিলা আৰক্ষী আৰু দলগাওঁ আৰক্ষীৰ সহযোগত দলগাওঁৰ পৰা উৎখাত দেহ ব্যৱসায়ী চক্ৰ ৷ পাঁচ ভুক্তভোগী ছোৱালী উদ্ধাৰ কৰাৰ লগতে দুজনী ব্যৱসায়ী মহিলা আটক আৰক্ষীৰ ৷ দলগাওঁৰ জয়নাল উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পৰা অভিযান চলাই আটক দেহ ব্যৱসায়ী মহিলা দুগৰাকীক ৷ উল্লেখযোগ্য যে বিভিন্ন চাকৰিৰ প্ৰলোভন দি দৰং জিলাৰ বাহিৰৰ ছোৱালী বোৰক অসামাজিক কামত ব্যৱহাৰ কৰে জয়নাল উদ্দিনে ৷ এই চক্ৰটোৰ লগত আৰু বহু ব্যক্তি জৰিত থকাৰ সন্দেহ আৰক্ষীৰ ৷

You May Also Like

More From Author