এনে সপোন দেখাটো ধনী হোৱাৰ সংকেত…

1 min read

হিন্দু ধৰ্মৰ মান্যতা অনুসাৰে-যি ব্যক্তিৰ ওপৰত ধনৰ দেৱী মা লক্ষ্মীৰ কৃপা হয়-তেওঁৰ জীৱনত কেতিয়াও সুখ-সমৃদ্ধিৰ অভাৱ নহয়।

*ধৰ্ম শাস্ত্ৰত মা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ-বহু উপায়ৰ কথা কোৱা হৈছে।মান্যতা অনুসাৰে-মা লক্ষ্মী অহাৰ আগে-কোনো ধৰণৰ সংকেত দিয়ে।।

*স্বপ্ন শাস্ত্ৰ অনুসাৰে-এনে কিছু সপোন আছে-যি দেখা পালে-মা লক্ষ্মীৰ আগমনৰ সংকেত হয়।

*সপোনত হালধীয়া ফল বা ৰঙা ফুল দেখা-

সপোন শাস্ত্ৰ অনুসৰি,যি ব্যক্তিয়ে সপোনত-হালধীয়া ফল,ৰঙা ফুল দেখে-তেন্তে-তেওঁ স্বৰ্ণ লাভ কৰিব।

*সপোনত জোৰেৰে বৰষুণ হোৱা দেখা-

সপোন শাস্ত্ৰ অনুসৰি-সপোনত জোৰেৰে বৰষুণ হোৱা দেখিলেও-ধন আগমনৰ সংকেত হয়।

*সপোনত মন্দিৰ দেখা-

যদি আপুনি সপোনত মন্দিৰ দেখা পাইছে-তেন্তে এয়া বহুত শুভ হয়।এই সপোনৰ অৰ্থ হৈছে যে-ভগৱান কুবেৰ আপোনাৰ ওপৰত প্ৰসন্ন হৈছে আৰু আপোনাৰ ওপৰত ধনৰ বৰষা হব।

*ৰঙা ৰংৰ শাড়ী-

সপোনত কাৰোবাক ৰঙা শাড়ী পিন্ধোৱা বা কাৰোবাক অন্য শাড়ীত দেখা-মা লক্ষ্মীৰ আগমনৰ সংকেত হয়।

*উচ্চতাত উঠা-

সপোন শাস্ত্ৰ অনুসাৰে-সপোনত উচ্চতাত উঠা-শুভ সংকেত দিয়ে।এই সপোনৰ অৰ্থ হৈছে যে-আপোনাৰ শীঘ্ৰে উন্নতি হব।

*সপোনত দাঁত চফা কৰা-

সপোন শাস্ত্ৰ অনুসাৰে-যদি আপুনি সপোনত দাঁত চফা কৰি আছে-তেন্তে-এয়া বহুত শুভ সংকেত হয়।এই সপোনৰ অৰ্থ হৈছে-আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা বৰষিব।

*সপোনত ধন জমা কৰা-

যদি আপুনি সপোনত বেংত পইচা থোৱা দেখা পাইছে-তেন্তে এয়া শুভ হয়।এই সপোনৰ অৰ্থ আপোনাৰ আৰ্থিক স্থিতি শীঘ্ৰে সলনি হব।

You May Also Like

More From Author