গো মাতাৰ বিষয়ে এইসমূহ আপুনি জানে নে…

1 min read

*গো-মাতাৰ গাখীৰ অমৃত হয়।

*গো-মাতা ধৰ্মৰে স্নান কৰা হয়।গো-মাতাৰ অবিহনে-ধৰ্মৰ কল্পনা কৰা নহয়।

*গো-মাতা জগত জননী হয়।

*গো-মাতা পৃথিৱীৰ ৰূপ হয়।

*গো-মাতা সৰ্ব-দেৱোময়ী, সৰ্ব-বেদময়ী হয়।
গো-মাতাৰ অবিহনে-দেৱৌ-বেদৰ পূজা অসম্পূৰ্ণ হয়।

*এজনী গো-মাতাক ঘাঁহ খুৱালে তেত্ৰিশ কোটি দেৱতাসকলৰ ভোগ দিয়া হয়।

*গো-মাতাৰ দ্বাৰাই মনুষ্যৰ গোত্ৰৰ স্থাপনা হৈছে।

*গো-মাতা চৈধ্য ৰত্নৰ ভিতৰত এক হয়।

*গো-মাতা সাক্ষাৎ মা ভৱানীৰ স্বৰূপ হয়।

*গো-মাতাৰ পঞ্চগব্যৰ অবিহনে পূজা-পাঠ,যজ্ঞ সফল নহয়।

*গো-মাতাৰ

গাখীৰ-ঘীউ,মাখন,দৈ,

গোবৰ,গো-মূত্ৰৰ দ্বাৰা বনোৱা পঞ্চগব্য বহু ৰোগৰ ঔষধ হয়।ইয়াৰ সেৱনৰ দ্বাৰা-অসাধ্য ৰোগ নাইকিয়া হয়।

*গো-মাতাক ঘৰত ৰাখি-সেৱা কৰাজনৰ সুখী-আধ্যাত্মিক জীৱন অতিবাহিত কৰে।সেইজনৰ অকাল মৃত্যু নহয়।

You May Also Like

More From Author