খালী পেটত কিয় কুহুমীয়া পানী খাব লাগে? কুহুমীয়া পানীৰ উপকাৰীতা কি?

1 min read

সু প্ৰভাত । প্ৰতিদিনে ৰাতিপুৱা শুই উঠি আমি সকলোৱে কুহুমীয়া গৰম পানী খাব লাগে। বৰ্তমান সময়ত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সকলোৱে বিচাৰে। সৰুৰে পৰা আমি শুনি আহিছো যে কুহুমীয়া গৰম পানী খোৱা কথা । ৰাতিপুৱা শুই উঠি গৰম পানী খালে আমাৰ শৰীৰটো সুস্থ থাকে বুলি আমি প্ৰত্যেকেই জানো ।

খালী পেটত কুহুমীয়া পানী খোৱাটো স্বাস্থ্যৰ পক্ষে যথেষ্ট লাভজনক । কৰ’ণা মহামাৰীৰ সময়ত সকলোকে গৰম পানী খাবৰ বাবে আহ্বান জনোৱা হৈছিল। গৰম পানীয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা বৃদ্ধি কৰে।

এতিয়া জানো আহক গৰমা পানীৰ উপকাৰিতা-

১. ৰাতিপুৱা খালী পেটত এক গিলাচ গৰম পানী খালে গেষ্ট্ৰিক, পেটৰ বিষ আৰু বিভিন্ন পেটৰ বেমাৰ ভাল হয়।

২. পুৱা এক গিলাচ গৰম পানীত দুই চামুচ নেমুৰ ৰস মিহলাই খালে ওজন হ্ৰাস হয়।

৩.গৰম পানীয়ে শৰীৰৰ পাচন পক্ৰিয়া ভাল ৰাখে।

You May Also Like

More From Author