অসমীয়া সমাজত বহুলোকৰে প্ৰিয় খাদ্যবিধ হৈছে কচুশাক। এই শাকবিধ গ্ৰাম্যঞ্চলত সকলোৰে বাৰীত সহজেই উপলব্ধ। অতি সহজেই বনাব পৰা কচু, কণবিলাহী আৰু মাছৰ আঞ্জাখন- উপকৰণঃ মাছ-৩/৪ টুকুৰা কচুথোৰ- ১ মুঠি কণবিলাহী-১১/১২টা মান পিঁয়াজ-১টা, আদা, নহৰু- ১চামুচ (খুন্দি লোৱা) ধনিয়া পাত- ১ মুঠি পকা জলকীয়া-২/৩টা জালুকগুড়ি- ১ চামুচ পাঁচফোৰণ- আধা চামুচ নিমখ-
Year: 2023
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত খেতি কৰা জহা ধান, সুগন্ধি ধান তেজৰ গ্লুক’জ কমোৱাত আৰু ডায়েবেটিছ ৰোগ ৰোধ কৰাত ফলপ্ৰসূ আৰু সেয়েহে ডায়েবেটিছ ব্যৱস্থাপনাত ই পছন্দৰ ফলপ্ৰসূ নিউট্ৰাচিউটিকেল। পৰম্পৰাগত দাবী অনুসৰি জহা চাউল খোৱা লোকৰ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগৰ প্ৰাদুৰ্ভাৱ কম। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ স্বায়ত্তশাসিত প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন চাইন্স
আমাৰ দেহৰ এক অন্যতম অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত বা লিভাৰ। আমাৰ দৈনদিন কামকাজ সুচাৰুৰূপে কৰি যাবলৈ যিদৰে এটা সুস্থ মস্তিষ্কৰ প্ৰয়োজন, ঠিক সেইদৰে এটা স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰয়োজন এটা সুস্থ-সবল লিভাৰৰ। লিভাৰটোক সুস্থৰূপত ৰাখিবলৈ আমি খোৱা-বোৱাত মন দিয়াটো যথেষ্ট দৰকাৰী। তেনে কেইবিধমান খাদ্যৰ এখন তালিক তলত আগবঢ়োৱা হৈছে –
হৃৎপিণ্ড হৈছে আমাৰ দেহৰ এক অন্যতম প্ৰধান অংগ, ইয়াক সুস্থ সবল কৰি ৰখাটো অত্যন্ত দৰকাৰী, হৃদৰোগত আক্ৰান্ত হৈ বহু লোকে নিজৰ জীৱন পৰ্য্যন্ত হেৰোৱাব লগা হৈছে। বৰ্তমান সময়ত বিশ্বৰ প্ৰায় এক-তৃতীয়াংশ লোকে হৃদৰোগত আক্ৰান্ত। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ হৃৎপিণ্ডটোক সুস্থ সবল কৰি ৰাখি হৃদৰোগৰ পৰা হাত সাৰিবৰ বাবে আমি নিজৰ
প্ৰচলিত বিশ্বাস অনুসৰি উত্তৰাখণ্ডৰ কেদাৰনাথ আৰু তামিলনাডুৰ ৰামেশ্বৰম মন্দিৰৰ মাজত এক বিশেষ সংযোগ আছে। দেশৰ উত্তৰ আৰু দক্ষিণ দুই প্ৰান্তত থকা এই দুই মন্দিৰেই মহাদেৱৰ নামত নিবেদিত। এই দুটাই হৈছে জ্যোতিৰ্লিংগ। দ্বাদশ জ্যোতিৰ্লিঙ্গৰ মাজত অন্যতম দুই জ্যোতিৰ্লিঙ্গ হৈছে কেদাৰনাথ আৰু ৰামেশ্বৰম। উল্লেখযোগ্য বিষয় হৈছে যে দুই জ্যোতিৰ্লিঙ্গৰ দ্ৰাঘিমাংশ ৰেখাৰ ৭৯