বৰ্তমান সময়ত সকলোৱে সুস্থ আৰু সুখী হৈ জীৱন অতিবাহিত কৰিব বিচাৰে। সুষম জীৱনশৈলী জীয়াই থকাটো শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰখাৰ এক মূল কাৰক। যদি আপুনিও নিজৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে আৰু সুষম জীৱনশৈলী কটাব বিচাৰে তেন্তে সদায় এইসমূহ কাম নিয়মীয়াভাৱে কৰক। ১/ যোগাসন কৰা নিয়মিতভাৱে যোগাভ্যাস কৰিলে আপোনাৰ জীৱনত
Year: 2023
আজিকালি সমাজত সাধাৰণতে প্ৰায় মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা অন্যতম প্ৰচলিত অভিযোগ হৈছে কোষ্ঠকাঠিন্য। ইয়াৰ মূল কাৰণ হৈছে আমাৰ খাদ্য আৰু জীৱনশৈলী। ব্যস্ততাৰে ভৰা জীৱনশৈলীৰ মাজত মানুহে আজিকালি খোৱা-বোৱা ক্ষেত্ৰত গুৰুত্ব আৰুপ কৰিবলৈ পাহৰি গৈছে যাৰ ফলত এনেধৰনৰ সমস্যাই গা কৰি উঠিছে। ইয়াৰ ফলত শৰীৰত বিষাক্ত পদাৰ্থ জমা হৈ পৰে, যাৰ
চকুৱেই হ’ল মানুহৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। আজিকালি খৰতকীয়া জীৱনশৈলীত সকলোৱে কম্পিউটাৰ, মোবাইলৰ জৰিয়তে কাম কৰে, কিয়নো ইয়াৰ জৰিয়তে অতি সহজে কামসমুহ সম্পন্ন হয়। বেছিভাগ সময় কম্পিউটাৰ আৰু মোবাইল চাই থকাৰ ফলত চকুৰ বহু ক্ষতি হয়। কম্পিউটাৰ, মোবাইলৰ পৰা ওলোৱা পোহৰে চকুৰ ৰেটিনাৰ ক্ষতি আৰু মেকুলাৰ ডিজেনেৰেচনৰ সম্ভাৱনা বৃদ্ধি কৰিব
The release date of Varun Tej and Manushi Chhillar-starrer ‘Operation Valentine’ has been changed. The film was earlier slated to release in theatres on December 8, 2023. However, on Wednesday, the makers issued an official statement revealing that the film is being pushed. “Varun Tej and Manushi Chhillar’s ‘Operation Valentine’
গুৱাহাটী মহানগৰীত আৰক্ষীয়ে চোৰ, ডকাইতক মাজে সময়ে এনকাউণ্টাৰ কৰি অহাৰ পাছতো কেৰেপ কৰা নাই একাংশ দুৰ্বৃত্তই। মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখত বুধবাৰে পুৱা দুচকীয়া বাহন লৈ অহা দুৰ্বৃত্তই পিষ্টল মূৰত লগাই এগৰাকী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিয়ে এডাল সোণৰ চেইন। উল্লেখ্য যে খানামুখ কেহেৰুবাৰীৰ বৰ্ণালী কলিতা বৰা নামৰ