মৰিগাঁও,৫ ডিচেম্বৰ ঃঃ মৰিগাঁও চহৰৰ সমীপৱতী বাচনাঘাট খান্দাজান বিলৰমূৰ গাঁৱৰ নিবাসী তথা শৰণচাৰ্য, পাঠাচাৰ্য,সমাজ সৰবৰহী ধৰ্ম কান্ত নাথ(৮৬)ৰ আজি বিয়লি মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাই। মৰিগাঁও আঞ্চলিক পাঠাচাৰ্য আৰু চৈতন্য পন্থৰ শৰণাচাৰ্য হিচাপে পৰিচিত নাথ উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লব লগাত পৰে। যোৱা ৩০ নবেম্বৰৰ
Year: 2023
দলগাওঁৰ ২ নং শিয়ালমাৰী পৰা সোমবাৰে দৰং আৰক্ষীয়ে উৎখাত কৰে এক দেহ ব্যৱসায়ী চক্ৰ ৷ ব্যৱসাসী চক্ৰৰ কৱলৰ পৰা ৫গৰাকী ভুক্তভোগী ছোৱালী উদ্ধাৰ কৰাৰ লগতে দুজনী ব্যৱসায়ী মহিলাক আটক কৰে আৰক্ষীয়ে ৷ দলগাওঁৰ জয়নাল উদ্দিন নামৰ ব্যক্তি এগৰাকীৰ ঘৰৰ পৰা অভিযান চলাই আটক কৰে দেহ ব্যৱসায়ী মহিলা ২গৰাকীক ৷ উল্লেখযোগ্য
নিশা টীয়কত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা প্রথমটো দুৰ্ঘটনা- দুখন ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনা সংঘটিত কৰি এখন ট্রাকৰ চালকসহ হেন্দিমেনৰ পলায়ন গুৰুতৰভাৱে আহত আনখন ট্রাকৰ চালকক JMCHলৈ প্রেৰণ একে সময়তে অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন যুৱক নিহত যুৱকজনৰ নাম শংকৰ মাহিলী।
মহানগৰত পুনৰ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ কটাহবাৰীৰ খুচি গেষ্ট হাউছ নামৰ ল’জ খনৰ ১০৯ নং কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ৷ প্ৰাপ্ত খবৰ অনুসৰি মৃত যুৱকজনৰ নাম পৰশমণি কলিতা ৷ ঘৰ বাইহাটা চাৰিআলিত
দাক্ষিণাত্যৰ ৰাজ্য কেই খনত ভয়ংকৰ সাগৰীয় ঘূৰ্ণী মিগজৌমে লৈছে সংহাৰী ৰূপ ৷ পূব উপকূলীয় ঘূৰ্ণী বতাহ‘মিগজৌমৰ কবলত পৰি তামিলনাডুৰ ৰাজধানী চেন্নাইত আজি পৰ্যন্ত মৃত্যু হৈছে আঠজনকৈ লোকৰ। মুষলধাৰ বৰষুণৰ সমান্তৰালভাৱে সাগৰীয় ঘূৰ্ণীৰ কবলত পৰা চেন্নাইৰ বাট-পথ, অধিকাংশ আবাস গৃহ- ব্যৱসায়ী প্ৰতিষ্ঠান সকলো জলমগ্ন হৈ পৰিছে । ইতিমধ্যে উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত