Year: 2023

দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি সংকটত: দিলীপ কুমাৰ শৰ্মা

দেশৰ সাংবিধানিক গণতন্ত্ৰ আজি সংকটত: দিলীপ কুমাৰ শৰ্মা

আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰে সাংবিধানিক ভাৱে স্বীকৃত কাৰ্যপালিকা , বিধানমণ্ডল আৰু ন্যায়পালিকাৰ স্বতন্ত্ৰতাৰ ওপৰত ৷ যেতিয়া কাৰ্যপালিকাৰ নিৰ্দেশত আনবোৰ চলিবলৈ ধৰে তেতিয়াই জানিব গণতন্ত্ৰ ধ্বংসৰ আখৰা চলিছে

কেমেৰাৰ সন্মুখত কৈ গ’ল ধৰ্ষণকাণ্ডৰ শিহৰণকাৰী‍বৰ্ণনা

কেমেৰাৰ সন্মুখত কৈ গ’ল ধৰ্ষণকাণ্ডৰ শিহৰণকাৰী‍বৰ্ণনা

কেমেৰাৰ সন্মুখত কৈ গ’ল ধৰ্ষণকাণ্ডৰ শিহৰণকাৰী‍বৰ্ণনা, ২০১৮ চনৰ এটা ধৰ্ষণৰ গোচৰ লৈ আৰক্ষী থানাই থানাই এগৰাকী নাবালিকা, আৰক্ষীৰ বিৰুদ্ধে ন্যায় নোপোৱাৰ অভিযোগ তুলি অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ!

এইবাৰ চাহৰ দোকানতে হাত ডাঙিব লগা হ’ল সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল!

এইবাৰ চাহৰ দোকানতে হাত ডাঙিব লগা হ’ল সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল!

মাটিৰ নামজাৰিৰ নামত মিঠাইৰ দোকানত গৈ উৎ‍‍‍কোচ লৈ গ্ৰেপ্তাৰ বৰপেটাৰ সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল নৱ কুমাৰ চৌধুৰী।