Advertisement

এইবাৰ চাহৰ দোকানতে হাত ডাঙিব লগা হ’ল সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল!

এইবাৰ চাহৰ দোকানতে হাত ডাঙিব লগা হ’ল সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল!
মাটিৰ নামজাৰিৰ নামত মিঠাইৰ দোকানত গৈ উৎ‍‍‍কোচ লৈ গ্ৰেপ্তাৰ
বৰপেটাৰ সৰুপেটা ৰাজহ চক্ৰৰ লাট মণ্ডল নৱ কুমাৰ চৌধুৰী।

Shahnawaz Hamza