সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়।আৰ এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল। মেঘ ৰাশি- এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়।এই ৰাশিৰ লোকে শিৱলিংগত কেঁচা গাখীৰ
Year: 2023
🔵 দৰদী শিল্পী অৰুণ দাস আৰু নাই 🔵‘ট্ৰেজিক’ শিল্পীৰ জীৱনৰ ‘ট্ৰেজিক’ পৰিসমাপ্তি 🔵সৰুমটৰীয়াৰ বাসভৱনত শেষনিশ্বাস ত্যাগ অৰুণ দাসৰ 🔵পুৱা প্ৰায় ৪.৩৫ বজাত মৃত্যু ঘটিল শিল্পীগৰাকীৰ 🔵৯০ দশকৰ বহু জনপ্ৰিয় গীতৰ স্ৰষ্টা শিল্পী অৰুণ দাস
APSC কেলেংকাৰিৰ তদন্ত প্ৰয়োজন হ’লে ২০১৩–১৪ৰ আগলৈকো ঘূৰি যাব। অৰ্থাৎ ২০১৩/১৪ বৰ্ষৰ পূৰ্বেও দুই নম্বৰী উপায়েৰে বা ধনৰ বিনিময়ত ACS, APS বিষয়া হৈ বছৰ বছৰ ধৰি ৰাজ্যৰ আৰক্ষী প্ৰশাসন বা আন সেৱাত উচ্চপদত অধিষ্ঠিত হৈ থকাসকলৰ বিপদৰ আশংকা। আনহাতে ২১জনকৈ বিষয়াক নিলম্বনৰ পিছত মুখ্যমন্ত্ৰীয়ে ক’লে– অভিযুক্তৰ মাজত APSC পৰীক্ষা উত্তীৰ্ণৰ
“২০২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী…।”- বদৰুদ্দিন আজমল 🔷 ২০২৪ত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী, ৩ ৰাজ্যত বিজেপিৰ বৃহৎ বিজয়ৰ পিছত তাৎপৰ্যপূৰ্ণ মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ 🔷 সকলো কংগ্ৰেছী নেতাক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনাই আজমলৰ কটাক্ষ- ভূপেন বৰাৰ কোনো কাম নাই
১১৯ খন আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ প্ৰায় ৯০ মিনিটৰ ভিতৰত কংগ্ৰেছ ৬৩ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এখন আসনত আগবাঢ়ি আছে। তেওঁ গাজৱেল আসনত আগবাঢ়ি থকাৰ বিপৰীতে কামাৰেড্ডী আসনত পিছপৰি আছে। একেদৰে আগবাঢ়ি আছে প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন। তেওঁ জুবিলী হিলছ আসনৰ পৰা