Year: 2023

APSC কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন, অভিযুক্ত সকলো বিষয়াক নিলম্বনৰ যো-জা

APSC কেলেংকাৰীত জড়িত ১১ বিষয়াক নিলম্বন, অভিযুক্ত সকলো বিষয়াক নিলম্বনৰ যো-জা

নিলম্বন হ’ব APSCৰ কেলেংকাৰীত জড়িত সকলো বিষয়া। ৩৭ গৰাকী ৰাজপত্ৰিত বিষয়াক শীঘ্ৰে কৰিব নিলম্বন। আজি ১১ গৰাকীক কৰা হৈছে নিলম্বন। বিষয়াসকলৰ ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰ। SITয়ে অভিযুক্ত বিষয়াসকলক নিলম্বন কৰাৰ বাবে চৰকাৰলৈ প্ৰেৰণ কৰিছিল প্ৰস্তাৱ। নিকা তদন্তৰ খাতিৰতে নিলম্বন কৰাৰ পোষকতা SITৰ। যাৰ বাবে সকলো অভিযুক্তকে নিলম্বনৰ যো-জা চৰকাৰৰ।

DESIGN CONSULTATION FOR GOLD STANDARD CARBON PROJECT

DESIGN CONSULTATION FOR GOLD STANDARD CARBON PROJECT

Guwahati 30 November: FCF India, with support from IRRI (International Rice Research Institute) organised a Design Consultation meeting on 30th November 2023 at Hotel Lily, Guwahati, for a carbon project, which is being designed as per Gold Standard guidelines. The project is being designed as a micro-scale Programme of Activities

ফেচবুকত প্ৰেমত পৰি পাকিস্তানলৈ যোৱা মহিলা সন্তানৰ মোহত পুনৰ উভতিল ভাৰতলৈ

ফেচবুকত প্ৰেমত পৰি পাকিস্তানলৈ যোৱা মহিলা সন্তানৰ মোহত পুনৰ উভতিল ভাৰতলৈ

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমৰ বাবে আজিলৈ জগতত বহুজনে বহু আশ্যৰ্যকৰ কাম কৰি গৈছে। তাৰে বহু কাহিনী এতিয়া ইতিহাসৰ পাতত খোদিত হৈছে। প্ৰেমৰ বাবেই এইবাৰ এক আশ্যৰ্যকৰ কাম কৰিলে ৰাজস্থানৰ এগৰাকী বিবাহিত আৰু দুটি সন্তানৰ মাতৃয়ে। ঘটনাৰ বিৱৰণী অনুসৰি, চলিত বৰ্ষৰ জুন মাহত ফেচবুকৰ প্ৰেমিকক লগ কৰিবলৈ সূদূৰ

বিগ বচৰ মজিয়া কঁপাইছে অসমৰ খানজাদীয়ে, বাৰে বাৰে চকুপানী, চলমান খানৰ গালি!

বিগ বচৰ মজিয়া কঁপাইছে অসমৰ খানজাদীয়ে, বাৰে বাৰে চকুপানী, চলমান খানৰ গালি!

Big Boss 17ৰ এটা নতুন প্ৰ’ম’ত দেখা গৈছে যে শেহতীয়াকৈ বিগ বচৰ প্ৰতিযোগী অসমৰ খানজাদীয়ে প্ৰতিযোগিতা ত্যাগ কৰিব বিচাৰিছে। অসমৰ ফিৰোজা খান ওৰফে খানজাদীয়ে Weekend Ka Vaar ত চলমান খানৰ পৰা গালি খোৱা দেখা গৈছে। এনে লাগিছে যেন খানজাদীয়ে এইবাৰ নিজেও প্ৰতিযোগিতাখন ত্যাগ কৰিব বিচাৰিছে। শেহতীয়া এটা নতুন প্ৰমোত দেখা

কোকৰাঝাৰত বিপিএফৰ বিশেষ যোগদান কাৰ্যসূচী

কোকৰাঝাৰত বিপিএফৰ বিশেষ যোগদান কাৰ্যসূচী

“কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিয়ে চৰকাৰ চলাই থকা সত্বেও বিজেপি দলৰ নেতা-সদস্যসকলে বিজেপি দল এৰি কি কাৰণত বিপিএফ দললৈ আহি আছে, তাৰ কাৰণ মই বুজি পোৱা নাই” ৷ বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীৰ ইৰাকদাও ভৱনত বিপিএফৰ বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত মন্তব্য কৰে। উক্ত যোগদান কাৰ্যসূচীত বিজেপিৰ