কেতিয়াবা এটা অতি সৰু বস্তুয়েও আমাৰ জীৱনত ডাঙৰ বিপদ ঘটাব পাৰে। বহুলোকেই নিশা শোৱাৰ সময়ত এটা বৰ ডাঙৰ ভুল কৰে, এই কামে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই ভুলটো হ’ল পেট পেলাই শুৱা। বহুলোকৰ পেট পেলাই শুৱাৰ অভ্যাস আছে। কিন্তু এই অভ্যাসৰ ফলত লাহে লাহে স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে।
Year: 2023
বন্দনাৰ বৰ্বৰতা ! বিজ্ঞাপন দিবলৈ নেৰিলে পংকজ পাঠকে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত। বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা গৰাকীয়ে নিজ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰে স্বামী আৰু শাহুয়েক। ঘটনাৰ বিৱৰণী অনুসৰি স্বামী
‘ডাবল মাৰ্ডাৰ’ত স্বামী-শাহু হত্যাত বন্দনা কলিতাক সহায় কৰা অৰূপ ডেকা পেছাত পাচলি বিক্ৰেতা অৰূপ ডেকা এতিয়া আৰক্ষীৰ জিম্মাত খানাপাৰাৰ বাসিন্দা ধৃত অৰূপ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজ্য। কিছুদিন পূৰ্বে দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধাকাণ্ডৰ অনুৰূপ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটিত। বন্দনা কলিতা ওৰফে বন্দনা দে নামৰ মহিলা
চুলিৰ সমস্যাসমূহৰ ভিতৰত অকালপক্বতা প্রধান৷ বয়স বঢ়াৰ লগে লগে চুলি পকাটো এটা স্বাভাৱিক ঘটনা৷ কিন্তু আজিকালি কম বসয়ীয়া লোকৰ ক্ষেত্রত চুলি পকা প্রায়ে দেখিবলৈ পোৱা যায়৷ চুলিত পর্যাপ্ত প্রটিনৰ অভাৱ হ’লে চুলি পকিবলৈ আৰম্ভ কৰে৷ পিগমেণ্ট কোষে চুলিৰ স্বাভাৱিক ৰং ধৰি ৰখাত সহায় কৰে, চুলিৰ পিগমেণ্ট কোষ মৰি গ’লে স্বাভাৱিক
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জাঁজীমুখ শাখা সমিতিৰ উদ্যোগত টীয়ক আঞ্চলিক সমিতিৰ মধ্যকালীন অধিবেশনৰ সম্বৰ্ধনা অনুষ্ঠান আৰু প্ৰতিনিধি সভা আজি টীয়কৰ জাঁজীমুখৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱাই আতধৰা এই অধিবেশনৰ সম্বৰ্ধনা সভাত জ্যেষ্ঠ সাংবাদিক নৱজ্যোতি বৰুৱা,টীয়কৰ