Year: 2023

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি

আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব নাগৰিকত্ব ভিত্তিবৰ্ষক লৈ শুনানি।দিনৰ ১১.৩০ বজাৰ পৰা হ’ব সাংবিধানিক বিচাৰপীঠত হ’ব শুনানি। মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১

বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন…

বাল্য বিবাহঃ ধুবুৰীত ১০ জনে লাভ কৰিলে জামিন…

ধবুৰীত বাল্য বিবাহৰ ১০টা গোচৰৰ অভিযুক্তৰ জামিন মঞ্জুৰ। প্রথমবাৰৰ বাবে ধুবুৰী আদালতে জামিন মঞ্জুৰ কৰে ১০টা গোচৰৰ। ১৩টা গোচৰৰ অভিযুক্তৰ বাবে আৱেদন জনোৱা হৈছিল আদালতত। ন্যায়াধীশ পি কাকতিৰ আদালতে মঞ্জুৰ

অসমৰ ৯০% মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী

অসমৰ ৯০% মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী

বিতৰ্কিত মন্তব্যৰ বাবে প্ৰায়েই চৰ্চাত থাকে শ্বেৰমান আলী। এইবাৰ পুনৰ এক বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে শ্বেৰমান আলী। এইবাৰ ব্রাহ্মণ সম্প্রদায়ক লৈ বিতৰ্কিত মন্তব্য কৰে বিধায়কগৰাকীয়ে। তেওঁ কয় যে বামুণৰ

টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক…

টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক…

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’ল জামুগুৰিহাটৰ টুপিয়াত। প্ৰাৰম্ভিক খবৰ অনুসৰি এজন পথচাৰীক খুন্দিয়ালে এখন পালচাৰ বাইকে। এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হ’ল পথচাৰীগৰাকী। নিহত পথচাৰীগৰাকী টুপিয়াৰ যাদৱ বৰা (৬৫)।

এই উপসৰ্গ দেখিলে অৱজ্ঞা নকৰিব, ই হাৰ্ট এটাকৰ লক্ষণ হ’ব পাৰে …

এই উপসৰ্গ দেখিলে অৱজ্ঞা নকৰিব, ই হাৰ্ট এটাকৰ লক্ষণ হ’ব পাৰে …

হৃদযন্ত্ৰ বিকল হোৱাৰ সচৰাচৰ লক্ষণবোৰ হৈছে খোজ কঢ়া বা আন যিকোনো কামৰ সময়ত উশাহ লোৱাত অসুবিধা, ভৰি বা পেট ফুলা, ভাগৰ আৰু শক্তিৰ অভাৱ। হৃদযন্ত্ৰটো প্ৰকৃততে এক পেশীবহুল পাম্প, যাৰ