26.5 C
Assam
Tuesday, March 28, 2023

Featured News

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

Kaziranga National Pak: First Rhino poaching case of 2023

On Monday, officials from the Assam forest...

টুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক…

Assamese Newsটুপিয়াত পালচাৰৰ খুন্দাত পথাচাৰী নিহতঃ বাইক চালকৰো অৱস্থা সংকটজনক...

এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ’ল জামুগুৰিহাটৰ টুপিয়াত। প্ৰাৰম্ভিক খবৰ অনুসৰি এজন পথচাৰীক খুন্দিয়ালে এখন পালচাৰ বাইকে।

এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হ’ল পথচাৰীগৰাকী। নিহত পথচাৰীগৰাকী টুপিয়াৰ যাদৱ বৰা (৬৫)। আনহাতে এই দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে বাইক আৰোহীগৰাকী।

আহত বাইক আৰোহীগৰাকীৰ নাম সঞ্জীৱ দাস। তেওঁক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে দুৰ্ঘটনাত নিহত হোৱা যাদৱ বৰা নামৰ লোকজন টুপিয়া চেণ্টাৰৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাতে এই ঘটনা সংঘটিত হয়।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা পালচাৰ বাইকখন। আনহাতে দুৰ্ঘটনাত নিহত যাদৱ দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!