সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি—- অধিক গৰম
Year: 2023
সৰু ল’ৰা-ছোৱালীক অভিভাৱকে নিজৰ লগত শুব দিয়াটো ঠিক নে পৃথকে বিচনাত শুব দিয়টো উচিত, তাৰ বিষয়ে সকলো অভিভাৱকৰ মনত প্ৰায়ে এক আঁসোৱাহ থাকে। ঠিক এনে সময়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনী ‘চাইকোলজি টুডে’ত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি, ২ বছৰৰ ওপৰৰ শিশুৱে পিতৃ-মাতৃৰ সৈতে বিচনাত শুব নালাগে বুলি উল্লেখ কৰা হৈছে। অন্যথা, তেওঁলোকৰ
আমাৰ শৰীৰত যদি কিবা অন্তিক বিসংগতিৰ বাবে মেলানিন নিসৰণ কমি যাবলৈ ধৰে তেতিয়া আমাৰ ছালখনৰ স্বাভাৱিক ৰঙৰ পৰিৱৰ্তন হ’বলৈ ধৰে । লাহে লাহে শৰীৰৰ কোনো ঠাইত বগা ফোট হ’বলৈ ধৰে । এই সমস্যাটোক ভিটিলিগ বা বগা দাগ পৰা বুলি কোৱা হয় । আমাৰ ছালকোষৰ কিছু বিসংগতিৰ বাবেই এই বেমাৰ হয়
অভিভাৱক সকলৰ কিছুমান বিষয়ৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন, যাতে তেওঁলোকৰ শিশুটিৰ ভৱিস্যৎ জীৱন সমৃন হৈ উঠে। স্কুলীয়া জীৱন যিকনো শিশুৰ বাবে অন্যতম গুৰুত্বপূর্ণ। কিন্তু স্কুল জীৱন যাতে সমৃন হৈ উঠে তাৰ বাবে একাধিক বিসয়ৰ নজৰ দিয়া দৰকাৰ যেনে… ১/ বহু সময়ত দেখা যায় অভিভাৱকসকলে আখৰ আৰু সংখ্যা পঢ়িবলৈ শিকায়। কিন্তু
এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক , আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয় , এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভাল পাব।