বিগত ১০ বছৰত মুম্বাইত ধৰ্ষণৰ ঘটনাৰ সংখ্যা ১৩০ শতাংশ বৃদ্ধি পাইছে। ২০১৩ত দেশৰ আগশাৰীৰ বাণিজ্য নগৰী খনত ৩৯১টা ধর্ষণ সংক্রান্তীয় অভিযোগ নথিভুক্ত হৈছিল। ইয়াৰ তুলনাত, ২০২২ত এই সংখ্যা বৃদ্ধি পাইছে ১০১ টালৈ। আনহাতে, শ্লীলতাহানিৰ সংখ্যা বৃদ্ধি পাইছে ১০৫ শতাংশ ৷ ২০১৩ ত শ্ললতাহানিৰ নথিভুক্ত সংখ্যা আছিল ১১৩৭টা; কিন্তু ২০২২ত এই
Year: 2023
নাৰায়ণপুৰৰ চুনজুলিত পথ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই দলঙৰ তলত পৰিল বাইক আৰোহী। দেওবাৰে নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা। থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত আনজন আৰোহী। নিহত যুৱকজন ৰামপুৰৰ অজিত বৰা বুলি চিনাক্ত। গুৰুতৰভাৱে আহতজনৰ নাম মঞ্জিল বৰা। ৰাস চাই উভতি অহাৰ পথত এই দুৰ্ঘটনা। আহতজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ।
ৰাশিফল:পুৰণি শত্ৰুতাৰ বাবে বিবাদৰ সম্ভাৱনা, জীৱনশৈলী সলনি হ’ব পাৰে, বিবাহিত লোকসকলৰ বাবে সময় উপযোগী
আজি কাম-কাজ উন্নত কৰাৰ প্ৰয়োজন। নতুন ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰে। আপোনাৰ দক্ষতা বৃদ্ধি পাব, জীৱিকাৰ নতুন উৎস স্থাপন হ’ব। মেষ ৰাশি: আজি আপুনি কিছু দুখৰ খবৰ পাব পাৰে। ব্যৱসায়ত চিন্তাশীলভাৱে কাম কৰিলে লাভ পাব পাৰিব। কষ্ট কৰিলে অধিক সুফল পাব। কথা কোৱাৰ আগতে চিন্তা কৰিব। সময় আৰু ভাগ্যতকৈ বেছি কোনেও
১/সৰ্ব সুখ-ৰাজ্য সন্মান তথা-পুত্ৰ পাপ্তিৰ বাবে.. মংগলবাৰৰ ব্ৰট উত্তম হয়.. ২/মংগলবাৰে ব্ৰট ৰাখিলে-ঘেহুঁ আৰু গুৰৰ ভোজন কৰিব লাগে.. এই ভোজন দিন বা ৰাতি-এটা সময়তহে কৰিব লাগে..। ৩/এই মংগলবৰীয়া হনুমান ব্ৰট-২১সপ্তাহ কৰিব লাগে.. এই ব্ৰট কৰিলে-তথা-মনুষ্যৰ সকলো দুখ-কষ্ট নাশ হৈ বুলি মনা যায়.. ৪/ব্ৰট কৰি পূজা কৰাৰ সময়ত-পূজাত ৰঙা ফুল দিব
আই লক্ষ্মীক সম্পদ, শান্তি আৰু সমৃদ্ধিৰ দেবী হিচাপে মনা যায়।বিশেষকৈ শুক্রবাৰৰ দিনটো দেবী লক্ষ্মীৰ প্রতি উৎসর্গীত আৰু মনা যায় যে শুক্রবাৰে দেবী লক্ষ্মীৰ পূজা কৰিলে অর্থ-ধন সংক্রান্তীয় সমস্যা দূৰ হয় বুলি। শুক্রবাৰৰ সন্ধ্যা দেবী লক্ষ্মীৰ উপাসনা বা পূজা কৰাটো সৰ্বোত্তম বুলি মনা যায়,এনে কৰিলে ঘৰত সুখ- সমৃদ্ধি বৃদ্ধি পায়, মত-