বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বহুচৰ্চিত ছবি পাঠানৰ প্ৰদৰ্শনী বন্ধ কৰাৰ দাবীত হিন্দুত্ববাদী সংগঠন বজৰং দলে গুৱাহাটীৰ নাৰেংগীস্থিত গল্ড ডিজিটেল চিনেমা গৃহৰ পাঠানৰ পষ্টাৰ জ্বলাই দিয়া ঘটনাই সমগ্ৰ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ হিন্দুত্ববাদী দল সংগঠনৰ প্ৰতিবাদৰ মাজতে গুৱাহাটীৰ চিনেমাগৃহ সমূহত প্ৰথম তিনি দিনলৈ পাঠান হাউছফুল হৈ আছে৷ বজৰং দলে প্ৰতিবাদ
Year: 2023
কমতাপুৰৰ প্ৰস্তাৱিত নক্সা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ছোৱাহান আলি সৰকাৰে। বিহাৰ, পশ্চিম বংগ আৰু অসমৰ কিছু অঞ্চল লৈ এখন মেপ ওলাইছে বুলি কয় বিধায়কগৰাকীয়ে। মেপখনত ধুবুৰী, দক্ষিণ শালমাৰা আৰু মানকাছাৰৰ জিলাৰ কিছু অংশ দেখুওৱা হৈছে বুলিও কয় বিধায়ক আব্দুছ ছোৱাহান আলি সৰকাৰে। অসমৰ এই
যদি আপুনি ঋতুস্ৰাৱৰ ক্ৰেম্প কম কৰিব বিচাৰে, তেন্তে তাৰ বাবে আপুনি ভাল জীৱনশৈলী আৰু ভাল খাদ্য গ্ৰহণ কৰিব লাগিব। এই খাদ্যসমূহে ঋতুস্ৰাৱৰ ক্ৰেম্প কম কৰাত সহায় কৰিব।পিৰিয়ড মহিলাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। এই সময়ত এগৰাকী মহিলাই বিষ, ভাগৰ, ফুলা, ক্ৰেম্প আদি সমস্যাৰ সন্মুখীন হয়। এই বিষটো বৰ কলমৰ দৰে। গতিকে
বহুতো লোকক দেখা যায় দিনত ভাত খাই এঘুমতি মাৰে । এনেকি ২ বা ৩ঘন্টালৈ নাক বজাই টোপনি মাৰে । অৱশ্যে ৰাতি টোপনি ক্ষতি কৰা লোকৰ ক্ষেত্ৰত কিছু সুকীয়া । আন কিছুমান লোক আছে ব্যস্ততা বা আন কাৰনত দৌৰা দৌৰিকৈ পুৱা বা দুপৰীয়া আহাৰ খায়েই কামলৈ যোৱা বা আন কামত ব্যস্ত
সৰস্বতী হ’ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী।দেৱী সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋক বেদত। বৈদিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে হিন্দুধৰ্মৰ অন্যতম পূজনীয় দেৱী হিচাপে গণ্য কৰা হয় দেৱী সৰস্বতীক। দেৱী সৰস্বতী ত্ৰিদেৱীৰ অন্যতম। উল্লেখ কৰাৰ প্রয়োজন যে হিন্দু ধর্মালম্বী লোকসকলে লক্ষ্মী-পার্বতী-সৰস্বতীক ত্ৰিদেৱী জ্ঞান কৰে ত্ৰিদেৱীয়ে ব্ৰহ্মা,