গৰমত শৰীৰ শীতল কৰি ৰাখে তৰমুজে৷ সেয়ে তৰমুজ বহুতৰে প্ৰিয়৷ কিন্তু বহুতেই নাজানে যে তৰমুজৰ বীজৰো আছে সাংঘাতিক উপকাৰী গুণ৷ আজিৰ শিতানত তৰমুজৰ বীজ বা গুটিৰ পাঁচটা উপকাৰী গুণৰ বিষয়ে উল্লেখ কৰা হ’ল– [১] দেহত ভিটামিনৰ সৰবৰাহ কৰেঃ তৰমুজৰ বীজে মানৱ দেহত প্ৰয়োজনীয় ভিটামিনৰ সৰবৰাহ কৰে৷ এইবিধ ফলৰ বীজত বিভিন্ন
Year: 2023
গ্ৰীষ্মকালত ছালৰ সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ বহুতৰ বাবে কষ্টকৰ হয়৷ যাৰ বাবে ছাল সজীৱ আৰু সতেজ কৰি ৰাখিবলৈ বিভিন্নজনে বিভিন্ন পন্থা অৱলম্বন কৰে৷ তদুপৰি গ্ৰীষ্মকালত ছাল ‘হাইড্ৰেট’ কৰি ৰখাটো বহুতৰে প্ৰত্যাহ্বান হৈ পৰে৷ প্ৰচণ্ড ৰ’দত ছালত ক’লা দাগৰ সৃষ্টি হোৱাৰ লগতে ছালত অন্যান্য সমস্যাই দেখা দিয়ে৷ এনে অৱস্থাত বডী স্ক্ৰাবিঙৰ প্ৰয়োজনীয়তা
সনাতন ধৰ্ম অনুসৰি পূজা পাঠৰ লগত জড়িত অনেক উপদেশ দিয়া হৈছে। নিত্য কৰ্ম সন্দৰ্ভত শাস্ত্রত দৈনিক কৰ্মৰপৰা লৈ পূজন প্ৰণালী আৰু দেৱ দৰ্শনো নিৰ্দেশ দিয়া হৈছে। শাস্ত্রত কিছু নিৰ্দেশ দেৱ স্থানলৈ যাবলৈও বনোৱা হৈছে। কিছু নিৰ্দেশ সামান্য, যেনে, স্নান কৰিয়েই পূজা স্থানলৈ যোৱ, চাফ চিকুন হৈয়ে, মন্দিৰলৈ যোৱ, তথা সদায়ে
ঘনাই পিঠিৰ বিষ হৈছে নেকি আপোনাৰ৷ এই সমস্যাত আপুনি ভুগিব পাৰে অক্সিঅ’পৰচিছৰ কাৰণে৷ ই হ’ল হাড়ৰ এক বিশেষ ধৰণৰ ৰোগ৷ পুৰুষৰ তুলনাত মহিলাই এই ৰোগত বেছিকৈ আক্ৰান্ত হয়৷ যদি ঘনাই ঘনাই এই সমস্যাত ভোগে তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজন৷ অক্সিঅ’পৰচিছৰ লক্ষণঃ অক্সিঅ’পৰচিছে ধীৰে ধীৰে শৰীৰৰ ক্ষতি কৰে৷ সেয়ে
কৰ’না ভাইৰাছে বিশ্বজুৰি জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভাৰতত যোৱা ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ কৰ’নাত আক্ৰান্ত হৈ বৃহস্পতিবাৰৰ দিনটোত মৃত্যু ঘটিছে এহাজাৰৰো অধিক লোকৰ৷ ভাইৰাছবিধে যাতে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশেষ পদক্ষেপ