বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ প্ৰথম মুখ খনি বানৰৰ, দ্বিতীয় খন গৰুড়, তৃতীয় খন বৰাহ, চৰ্তুথখন, নৰসিংহ আৰ পঞ্চমখন অশ্বৰ।এই পাঁচ খন মুখেৰে বীৰ হনুমানে নিজৰ ভক্তক পাঁচ ধৰণেৰে সমস্যা দূৰ কৰে।প্ৰতি মুখৰে বেলেগ বেলেগ মহত্ব আছে।সেয়ে আজি বীৰ হনুমানৰ পঞ্চমুখী অৱতাৰৰ পাঁচখন মুখৰ মহত্ব জানি লওঁ আহক – প্ৰথমে বানৰৰ
Year: 2023
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে জাতি-জনগোষ্ঠীৰ লোকসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন প্ৰৰোচনামূলক কথা ঘোষণা কৰে। দেওবাৰে (১৫ জানুৱাৰী) দক্ষিণ ছিকিমৰ যোৰথাং চহৰত মাঘ সংক্ৰান্তি কাৰ্যসূচীত ভাষণ দি তেওঁ কয় যে ছিকিমৰ “উৰ্বৰতাৰ হাৰে শেহতীয়া বছৰবোৰত প্ৰতিগৰাকী মহিলাৰ বাবে এটা সন্তানৰ বৃদ্ধিৰ হাৰ সৰ্বনিম্ন হাৰ ৰেকৰ্ড কৰিছে, জনগোষ্ঠীয় সম্প্ৰদায়ৰ
কোনে মোমো খাই ভাল নাপায়। স্কুল, কলেজ, অফিচৰ পৰা উভতি আহোঁতে আপুনি নিশ্চয় ৰাস্তাৰ কাষত থিয় হৈ মমো খাইছে। বা ঘৰ পোৱাৰ পিছত খাব পৰাকৈ পেক কৰি থৈছে নিশ্চয়। কিন্তু আপুনি জানেনে যে আপুনি ৰাস্তাৰ দাঁতিত খৰখেদাকৈ খোৱা মোমোবোৰ আপোনাৰ শৰীৰৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। আজি আমি
মকৰ সংক্ৰান্তি বা মাঘ বিহুৰ উৎসৱত দৈ- চিড়া সমগ্ৰ দেশতে ব্যাপকভাৱে খোৱা হয়, অসমকে ধৰি ইউ পি, বিহাৰ আৰু ঝাৰখণ্ডৰ দৰে ইয়াক প্ৰচুৰ পৰিমাণে সেৱন কৰা হয়। যদিও ইয়াৰ সেৱনৰ লগত বহুতো বিশ্বাস জড়িত হৈ আছে, কিন্তু আজিকালি মানুহে ইয়াক ব্ৰেকফাষ্টত খাবলৈ ভাল পায়। যদি সময় নাথাকে, তেন্তে ব্ৰেকফাষ্ট বা
শিল্পী দিৱসত চৰকাৰী বিজ্ঞাপনত ভয়ংকৰ ভুল। ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি নে জন্ম দিৱস? অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ। আজি অসমৰ পৰা প্ৰকাশিত সকলো বাতৰি কাকততে শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন বুলি ভুলকৈয়ে প্ৰকাশ কৰিছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰকাশিত এই