R’Bonney Gabriel, Miss USA 2022, was crowned Miss Universe on January 15 in New Orleans, Louisiana. Miss Venezuela and Miss Dominican Republic emerged as runner-ups. India’s Divita Rai, who made it to the top 16, missed out on succeeding the 70th Miss Universe, Harnaaz Sandhu. The beauty pageant took place
Year: 2023
ব্যতিক্ৰমী অভিনয় তথা নৃত্য শৈলী, অতুলনীয় চেহেৰা, ‘অনস্ক্ৰীণ’ আকৰ্ষণকে ধৰি বহুমুখী প্ৰতিভাৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেতা হৃতিকৰ আজি জন্মদিন।বলীউডৰ ছুপাৰষ্টাৰ হৃত্বিক ৰোশনে আজি তেওঁৰ ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে।হৃতিকৰ জন্ম ১৯৭৪ চনৰ ১০ জানুৱাৰীত। তেওঁৰ প্ৰথম ছবি ‘কহো না প্যাৰ হে’ৰ মুক্তিৰ পৰাই তেওঁক
কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে এক সুকীয়া পৰিচয় আছে বলীউডৰ কিং খান শ্বাহৰুখ খানৰ। বিশ্বজুৰি বলীউডৰ এইগৰাকী বাদশ্বাহৰ আছে এক ইৰ্ষণীয় জনপ্ৰিয়তা।শেহতীয়াকৈ এইগৰাকী ছুপাৰষ্টাৰৰ নাম বিশ্বৰ সবাতোকৈ ধনী অভিনেতাৰ তালিকাত সন্নিবিষ্ট হৈছে।হয়, জেৰী ছেইনফিল্ড, টাইলাৰ পেৰী আৰু ‘দ্য ৰক’ ডোৱেন জনছনৰ পিছত শ্বাহৰুখ খান হৈছে বিশ্বৰ চতুৰ্থ ধনী অভিনেতা। ‘ৱৰ্ল্ড
গুৱাহাটী মহানগৰীত অঘটন। উৰণীয়া সেতু নিৰ্মাণত জড়িত শ্ৰমিকৰ দুৰ্ঘটনা। মালিগাওঁ উৰণীয়া সেতু নিৰ্মাণৰ অৱস্থাত আজি সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে কৰ্মৰত অৱস্থাতে উৰণীয়া সেতুৰ ওপৰত পিছলি পৰি এজন শ্ৰমিক। ফলত গুৰুতৰ ভাৱে আহত হৈছে শ্ৰমিকজন। আহত শ্ৰমিকজন বৰপেটাৰ অলিফ খান বুলি জানিব পৰা গৈছে। আহত অলিফ খানত মালিগাঁৱৰ
ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰাৰ পিছত শৰীৰ আৰু মগজু দুয়োটা সম্পূৰ্ণ ভাগৰুৱা হৈ পৰে। এই ক্লান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু পিছদিনা হুলস্থুলৰ বাবে নিজকে পুনৰ সাজু কৰিবলৈ হ’লে পেশীবোৰ শিথিল কৰাৰ লগতে মনটোক শান্ত কৰা কাম এটাও কৰিব লাগে। সাধাৰণতে মনটোক শান্ত কৰিবলৈ ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু পৰিয়ালৰ