13.1 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

মালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন…

Assamese Newsমালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন...

গুৱাহাটী মহানগৰীত অঘটন। উৰণীয়া সেতু নিৰ্মাণত জড়িত শ্ৰমিকৰ দুৰ্ঘটনা।

মালিগাওঁ উৰণীয়া সেতু নিৰ্মাণৰ অৱস্থাত আজি সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে কৰ্মৰত অৱস্থাতে উৰণীয়া সেতুৰ ওপৰত পিছলি পৰি এজন শ্ৰমিক।

ফলত গুৰুতৰ ভাৱে আহত হৈছে শ্ৰমিকজন। আহত শ্ৰমিকজন বৰপেটাৰ অলিফ খান বুলি জানিব পৰা গৈছে। আহত অলিফ খানত মালিগাঁৱৰ স্বাগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!