বৰ্তমান ঘৰে-ঘৰে বৃদ্ধি পোৱা এটা বেমাৰ হৈছে ফেটি লিভাৰ । যিসকল লোকে এই সমস্যাত ভুগি থাকে , কেতিয়াবা তেওঁলোকেও হয়তো নাজানে যে , তেওঁলোক এই গুৰুতৰ সমস্যাত ভুগি আছে । কাৰণ অধিকাংশ লোক এই সমস্যা সন্দৰ্ভত জ্ঞাত নহয় । প্ৰথম কথা ফেটি লিভাৰৰ সমস্যাত ভুগা লোকে বিশেষকৈ ডায়েট তালিকা মানি
Year: 2023
মানুহৰ মুখতকৈ নাকৰ ওপৰত হোৱা ব্লেকহেডচে অত্যন্ত অস্বত্বিৰ সৃষ্টি কৰে । কিন্তু এই ব্লেকহেডচ আপুনি ঘৰুৱা উপায়েৰেও দূৰ কব পাৰে । আচলতে আমাৰ নাকৰ ওপৰত থকা গ্ৰন্থিৰ পৰা এবিধ তেল নি:সৰণ হয় । য’ত ময়লা জমা হৈ এই ব্লেকহেডচৰ সৃষ্টি কৰে । তেনেক্ষেত্ৰত এই জমা হৈ থকা ময়লা পৰিষ্কাৰ কৰাটো
খুব সহজ কেইটামান নিয়ম মানি চলিলেই ছালৰ বিভিন্ন সমস্যা দূৰ হয় । বিশেষকৈ ভিটামিন ‘ই’ ছালৰ কাৰণে খুবেই উপকাৰী । ইয়াত থকা এণ্টি অক্সিডেণ্টে ছালৰ বিভিন্ন সমস্যা দূৰ কৰে । ছালৰ আদ্ৰতা ধৰি ৰখাত ভিটামিন ‘ই’ য়ে বিশেষ কাম কৰে । শীতত ভিটামিন ‘ই’ য়ে প্ৰাকৃতিক ময়শ্চাৰাইজাৰৰ কাম কৰাৰ সমান্তৰালকৈ
শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী
হাৰিয়ানাৰ ফতেহাবাদ জিলাৰ টোহানাৰ বাবা বালাকনাথ মন্দিৰৰ পুৰোহিত অমৰপুৰী ওৰফে জেলেবী বাবা ওৰফে বিল্লুক আদালতে দোষী সাব্যস্ত কৰিছে। দুদিন পিছত আদালতে জালেবী বাবাক শাস্তি প্ৰদান কৰিব। উল্লেখ্য যে জেলেবী বাবাৰ বিৰুদ্ধে ১২০ গৰাকী ভিন্ন মহিলাক ধৰ্ষণ কৰাৰ লগতে অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ অভিযানত ১২০ গৰাকী মহিলাৰ