Year: 2023

বাটত পৰি থকা এইবোৰ বস্তু  ভুলতো স্পৰ্শ নকৰিব; নহ’লে হ’ব অথন্তৰ…

বাটত পৰি থকা এইবোৰ বস্তু ভুলতো স্পৰ্শ নকৰিব; নহ’লে হ’ব অথন্তৰ…

বাটত পৰি থকা বহু বস্তু স্পৰ্শ বা লাথি মৰাৰ পৰা বিৰত থাকক। এইবোৰ কথা নেতিবাচকতা আৰু যাদুৰ লগত জড়িত হ’ব পাৰে। যদি আপুনি সেইবোৰ স্পৰ্শ কৰে তেন্তে বহু সমস্যা হ’ব পাৰে। ১.নেমু-জলকীয়া: বাটত নেমু জলকীয়াৰ ৰচি পৰি থকা আপুনি হয়টো বহুবাৰ দেখিছে। সাধাৰণতে ঘৰৰ বাহিৰত আৰু দোকানৰ বাহিৰত ইয়াক প্ৰয়োগ

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত কোকৰাঝাৰত পুনৰ উত্তাল প্ৰতিবাদ

পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীত কোকৰাঝাৰত পুনৰ উত্তাল প্ৰতিবাদ

ক্ৰমাৎ শান্তিৰ বাতাবৰণ অব্যাহত থকা কোকোৰাঝাৰত পুনৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলনৰ হুংকাৰ সদ্য গঠিত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ । সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি বৃহস্পতিবাৰে সদ্য ভূমিস্থ সংগঠনটোৱে কোকৰাঝাৰ শিশু উদ্যানত এই ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড লৈ ন’ বড়োলেণ্ড

আপোনাৰ শিশুটিক নোখোৱাব এইটো ভাৰতীয় কোম্পানীৰ কফচিৰাপ: WHO ৰ সতৰ্কবাণী

আপোনাৰ শিশুটিক নোখোৱাব এইটো ভাৰতীয় কোম্পানীৰ কফচিৰাপ: WHO ৰ সতৰ্কবাণী

বিশ্ব স্বাস্থ্য সংস্থাই উজবেকিস্তানত ভাৰতীয় কফচিৰাপ খাই ১৯টা শিশুৰ মৃত্যুৰ পাছত এই কফচিৰাপৰ ব্যৱহাৰৰ বিষয়ে সকীয়াই দিছে। যাৰ পাছতে WHO কৈছে যে নয়ডা ভিত্তিক কোম্পানী মেৰিয়ান বায়’টেকৰ দ্বাৰা নিৰ্মিত দুটা কফ চিৰাপ ব্যৱহাৰ কৰা উচিত নহয়। উজবেকিস্তান চৰকাৰে শিশুৰ মৃত্যুৰ বাবে নয়ডাস্থিত মেৰিয়ান বায়’টেকৰ কফ চিৰাপ ‘ডক-১ মেক্স’ক দোষাৰোপ কৰে।

আদিলৰ সৈতে বিবাহৰ পিছতে ফাতিমা হৈ গ’ল ৰাখী সাৱন্ত…….

আদিলৰ সৈতে বিবাহৰ পিছতে ফাতিমা হৈ গ’ল ৰাখী সাৱন্ত…….

    ৰাখী সাৱন্তে পুনৰ এবাৰ নিজৰ এক সিদ্ধান্তৰে সকলোকে আচৰিত কৰি তুলিছে। ৰাখীয়ে প্ৰেমিক আদিল দুৰানীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ সকলোকে আচৰিত কৰিছে। ছচিয়েল মিডিয়াত নিজৰ নিকাহৰ ফটো শ্বেয়াৰ কৰি কয় যে তেওঁ আদিলৰ সৈতে ৭ মাহ পূৰ্বেই নিকাহ কৰিছিল, কিন্তু আদিলে এই নিকাহ গোপনে ৰাখিবলৈ চাপ দিছিল। ৰাখীয়ে

হাড়ৰ ক্ষয় যোৱা ৰোধ কৰিবলৈ কেৱল কেলচিয়ামযুক্ত খাদ্যই যথেষ্ট নহয় , আৰু কি কি দৰকাৰ ?

হাড়ৰ ক্ষয় যোৱা ৰোধ কৰিবলৈ কেৱল কেলচিয়ামযুক্ত খাদ্যই যথেষ্ট নহয় , আৰু কি কি দৰকাৰ ?

বয়স বাঢ়ি অহাৰ লগে আমাৰ হাড় ক্ষয় হোৱা ৰোগো হোৱা আৰম্ভ কৰে । যিটো প্ৰতিৰোধ কৰা ইমান সহজ নহয় । বিশেষকৈ নাৰীৰ এই ৰোগ সৰ্বাধিক হোৱা দেখা যায় । প্ৰধানকৈ হাড়ৰ ৰোগ বুলি কলেই আমাৰ মনলৈ আহে কেলচিয়ামযুক্ত আহাৰ খোৱা । এই ধাৰণা ভুল নহয় যদিও সমান্তৰালকৈ আৰু কিছু পুষ্টিকৰ