Year: 2023

চিকিৎসকৰ পৰামৰ্শ অবিহনে ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিছে ঔষধ

চিকিৎসকৰ পৰামৰ্শ অবিহনে ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিছে ঔষধ

আজিকালি ডায়েবেটিছ ৰোগীৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আধুনিক জীৱন যাপনৰ নামত যিমানেই শৰীৰটোৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে সিমানেই এই ৰোগবিধে গা কৰি উঠিবলৈ সুযোগ পাইছে। ৰোগ প্ৰতিৰোধৰ বাবে আমি কিছুমান ক্ষেত্ৰত সদায় গুৰুত্ব প্ৰদান কৰা উচিত। আমি দৈনন্দিন খাদ্য তালিকাত কেনেধৰণৰ খাদ্য সম্ভাৰ অন্তৰ্ভুক্ত কৰিছো সেই কথাত সদায় গুৰুত্ব

মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

মহিলাৰ অষ্টিঅ’ আর্থ্রাইটিছ বেছি কিয়?

অষ্টিঅ’আর্থ্রাইটিছ বা অস্থিসন্ধিৰ বাত ৰোগত পুৰুষ-মহিলা সকলোৱে আক্রান্ত হ’ব পাৰে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত দেখা যায় যে পুৰুষৰ তুলনাত মহিলাসকল এই ক্ষেত্ৰত আক্ৰান্ত হোৱাৰ আশংকা বেছি। ইয়াৰ আঁৰত কাৰণো আছে। শৰীৰৰ যিকোনো অস্থিসন্ধিত এনে সমস্যাই গা কৰি উঠিব পাৰে। প্রত্যেক ব্যক্তিৰ আঁঠুৰ নিৰ্দিষ্ট ওজন সহিব পৰা ক্ষমতা থাকে। যেতিয়া শৰীৰৰ ওজন

মদ্যপান মানেই লিভাৰৰ ক্ষতি ! আৰু কি কি অভ্যাসে লিভাৰৰ ক্ষতি কৰে ?

মদ্যপান মানেই লিভাৰৰ ক্ষতি ! আৰু কি কি অভ্যাসে লিভাৰৰ ক্ষতি কৰে ?

বৰ্তমান সময়ত বিশ্বজুৰি লিভাৰৰ ৰোগ বৃদ্ধি পাইছে । বেছিভাগ লোকৰে নিজৰ বদ অভ্যাসে লিভাৰৰ বেছি ক্ষতি কৰে । বিশেষকৈ শিশুৰ ক্ষেত্ৰত যদি পিতৃ-মাতৃয়ে সচেতনতা অৱলম্বন নকৰে ,তেন্তে শিশুৰ ক্ষেত্ৰতো এই ৰোগ হ’ব পাৰে । বহুতৰ মতে বেছি তেল-মছলা খাদ্য গ্ৰহণ নকৰা , মদ নাখালে বা বাহিৰৰ খাদ্য গ্ৰহণ নকৰিলে লিভাৰৰ ৰোগ হয় । কথাটো

নিয়মীয়াকৈ তিনিটা খেজুৰ খাওক আৰু এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

নিয়মীয়াকৈ তিনিটা খেজুৰ খাওক আৰু এইসমূহ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

ড্ৰাই ফ্ৰুইটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ আঁহ থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ কয়ালোৰি, ৭৫ গ্ৰাম কাৰ্বোহাইড্ৰেট, সাত গ্ৰাম আঁহ, দুই গ্ৰাম প্ৰটিনৰ উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ