Year: 2023

সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী ভেৰগাওঁ জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী ভেৰগাওঁ জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি স্বৰূপ ওদালগুৰি জিলাৰ তেলিয়াপাৰাত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাধ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ’ৱলৈ গৈ আছে সদৌ অসম কোচ-ৰাজবংশী সন্মিলনীৰ ভেৰগাওঁ জিলা সমিতিৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন | পানেৰী আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ’ৱলগীয়া ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশনৰ বাবে ইতিমধ্যে কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে হাতে-কামে প্ৰস্তুতি আৰম্ভ কৰা দেখিবলৈ পোৱা

টীয়কৰ জাঁজী বৰা গাঁৱত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

টীয়কৰ জাঁজী বৰা গাঁৱত ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

চহা গ্ৰাম্য পৰিৱেশ উপস্হাপনেৰে ভেলা ঘৰ নিৰ্মাণ।   পদুলি মুখত অসমীয়া বাপতিসাহোন ভোগালী বিহু। মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলি ভোগালীক আদৰাৰ প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই টীয়কৰ জাঁজী বামুনপুখুৰী বৰা গাঁৱৰ ৰাইজো। গাঁৱৰ ৰাইজে বাৰিৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰাত লাগিছে ভেলা

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম

তুলসী পাত চিঙাৰো আছে নিদিষ্ট সময় নিয়ম

আমাৰ দেশত-এনে বহু গছ আছে-যিবোৰক হিন্দু ধৰ্মত বিশেষ গুৰুত্ব দিয়া হয়।তাৰে ভিতৰত হল-তুলসী অন্যতম।ঘৰৰ সনুখত তুলসী গছ ৰোৱা পৰম্পৰা বহু পুৰণি।তদুপৰি তুলসী পাত অবিহনে-পূজা অসম্পূৰ্ণ বুলি কোৱা হয়। শাস্ত্ৰত বিশ্বাস কৰা হয় যে-তুলসী গছত দেৱী লক্ষ্মীয়ে বাস কৰে।বিশ্বাস আছে-ঘৰত তুলসী গছ ৰুলে আৰু নিয়মিত পূজা কৰিলে-সেই ঘৰত সদায় সুখ-সমৃদ্ধি উপচি