Year: 2023

সুৰাৰ ৰাগিত মাতাল হৈ বিমানৰ ভিতৰত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকে, তাৰপাছত…!!!

সুৰাৰ ৰাগিত মাতাল হৈ বিমানৰ ভিতৰত সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে যুৱকে, তাৰপাছত…!!!

এয়াৰ ইণ্ডিয়াৰ বিমানত মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক পাটিয়ালা হাউছ কোৰ্টে ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। যোৱা বছৰৰ ২৬ নৱেম্বৰত নিউয়ৰ্কৰ পৰা দিল্লীলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ বিজনেছ ক্লাছত মদ্যপান কৰি এগৰাকী বৃদ্ধাক প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছিল অভিযুক্ত শংকৰ মিশ্ৰৰ বিৰুদ্ধে। এই গোচৰত দিল্লী আৰক্ষীয়ে